পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লক কাজ দুইগণে এৰি বান্ধি নিবে এতিণে বাতনা প্রিয় নাশিৰে তােমাৰ প্রাণ। নি কােন বাগী হিগণে পােনা নিলে ঘন ঘন পৃথিবীত পৰি মনত গুণিৰে লৈল । লোকৰ নিলামে তৈলা বৰ কৰিলােহে কৰ্ম্ম ভয়ঙ্কৰ ইতো কর্ম আমাসাক নৰকত লৈল, হেন গতকাৰ প্রায়শ্চিত্ত বেদে নিৰিহি পৃপিৰীত এহি বুলি সবে পৰি অচেতন ভৈলা। জামিনে মহা পাইকাৰ গহি নাহি জানা সাৰেসাৰ চন্দ্র সূর্য্য থাকে মানে অপযশ ৰৈল। ছৰি। এহি বুলি দ্বিগণ ভৈলা সবে অচেতন পৃথিবীত পৰি দুঃখ মনে। ভকতৰ দুঃখ দেখি আকুলিত ভৈলা প্রভু উঠিয়া বসিলা তেতিক্ষণে। নিয়ে আইয় আতি যেন বিজুলীৰ পাত্তি রূপ যেন দেখি মনেহি। অদভুত কর্ম দেখি পৰম বিস্ময় মানি পৰিয়া কৰিলা নমস্কাৰ। অৰুণ চৰণ যে তুলিয়া লৈল শিৰে মনে বড় আনন্দ কৰিলা। যােহাত নয় বাণী পরম ঈশ্বৰ খানি পাছে সুতি কৰিবা লৈলা । তুমি জগত স্বামী তােমাৰু ননে। আমি বিষ খুৱাই পৰীক্ষ। তােক।