পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এহিপ ফিরে হৃদি ধৰে দুৰ মৃত্যুৰু আৰে অৰে কিনাে মন্দ ভাগ্য আমি অধিলে। কিসক। কতো জন্মে আমি পূণ্য কৰি ব্ৰাহ্মণৰ গর্ভে জন্ম ধৰি শাস্ত্রসব যই পঢ়িলোঁ। সবে নিফলক। বোন কৰ্ম্ম কৰে হৰি হৰি কি আছে। আমি প্রাণ ধৰি হৰি হৰি হৰি কিহৰ আমাৰ গতি। ধিকাৰ আমাৰ জীৱনক যিহেতু বধিলে। বৈষ্ণৱক কেনে দিলে অভিশাপ আমসাৰ প্ৰতি ॥ কোনে পাৰা দিয়া বিষ খাও ইহান লগতে মৰি যা যমপুৰে যাই নেম ইহান শোক। বেদ ও গীতা ভাগৱত লভি তত্ব সকল শাহ বেকত কৰি হৰি ৰুতি দিলে। তাহৰি নাশনে ঘােৰ পাপ হৃদয়ত উঠে মহা তাপ লােকৰ দুষণ ভৈলােহে। আনে। সম্প্রতি। তুমি প্রভু পূর্ণ অংশ জাত হৰিৰূপে জগতে বিদিত তুমাক প্ৰঞ্চি ভৈলে। আমি আত্মঘাতি । ধিক ধিক জন্ম লভিবাৰ আমি বাৰ মই পাতৰ কিনে মন্দমতি কৰিলে। গুৰুক নাশ। এহি বুলি পছে দ্বিজগণে হৃদি মুক্তি হানে পৃথিবীত পৰি কাৰয় দীর্ঘ নিশ্বাস । উদাৰ আদি , ভক্তগণে ব্রাহ্মণ চাই গরে বনে পৰম ক্ৰোধত পাৰিৰে লাগিল গালি। কত দেখি আহে ডাকাৰি আসা মাৰে আৰু যেটি শেনতে আসি কিসৰু অৰু ৰখিলি চৰ অধম কি কি তােমাৰ আৰে নৰক হৈনে স্থান ১৪ 7