পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গনিত কৰি সাহ দিৱয় ফতি জানি পটৰে পাইলেক আমাক । আমি দ্বিয় বাড়ন ফুৰিলোহে নানা স্থান পণ্ডিত বুলিয়া ও মান। আসিলেছে। দর্শক সবে চুৰিলাহ হৰি উআগে ফু যে পতাম। এহিমতে স্তুতি নহি প্ৰভুৰ চৰণে আতি পৰিয়া কৰিলা বা দ্বিজে। হৰিৰ ভূহৰ ভৃত্য দিবাকৰে ৰচে গীত শুনিয়ােক সকল সমাজে । গুৰু বিষ্ণু ব্ৰ হৰ জানা আক সাৰে সৰে মনে গুৰু চিন্তা নিৰন্তৰ। গুৰুৰ চৰণে ধৰি গুৰুক কাৰিী কৰি, সুখে ভুৱা ভবনী পাৰ কেন জানি নৰলােক সবে গর্ব তেলিয়ােক মুখে উচ্চাৰিও ৰাম ৰাম। তৰি সংসাৰ দুশ লব্যি মুকুতি সুখ নিৰন্তরে বেল বাম কাম।