পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিচাৰি নাপাই বোৰ কুসংস্কাৰ পৰায়ণ হৈ পৰিছিল। প্ৰকৃত ধৰ্মপথ দেখাও তাৰ অভাৰ মানুহে তান্ত্ৰিক মতে ভূত পিশা- চাজি আৰু বৃক্ষ শিলাথি জড় পদাৰ্থৰ ওচৰত মণ মাংস সেবন আৰু বলি বিধান কি গোটেই দেশখন তমসাৎ কৰি তুলি ছিল। এই মধ্যযুগত কামৰূপত যেনেকৈ উদাৰ বৈদিক ধৰ্ম পূজা পাতলাদিত পৰিণত হৈছিল গৈ ঠিক তেনেদৰে ভাৰতৰ আন ২ ঠাইতও ধৰ্ম্ম-বিপ্লব উপস্থিত হৈছিল। এনে সময়ত কামৰূপৰ ভাৰতৰ বোৰ দুৰ্দিনত পৰিত্ৰাণনায় সাধুনা বিশায় দুষ্কৃতাম” পবিত্ৰ বৈষ্ণব “ধৰ্মসংস্থাপণায় ভয়হাৰী ইচ্ছাময় ভগবন্তহৰিৰ অংশে পূবে পশ্চিমে উতবে দক্ষিণে গোটেই ভাৰতে সনাতন বৈষ্ণব ধৰ্মৰ কোবাল সোতৰ আগত তন্ত্ৰ মন্ত্ৰ ধুই লৈ, “হৰিনামৰস-অমৃতৰ নদী” “ ব্ৰক ভেদ কৰি আসামত-ভাৰতত-পৃথিবীত বহাৰলৈ, “কৃষ্ণ এক দেব দুঃখহাৰী কালমায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেব নাহি নাহি আৰ জানিবা বিষ্ণুসে জগতে সাৰ” এই পবিত্ৰ মহামন্ত্ৰ অপাৰ সংসাৰে জীৱৰ একমাত্ৰ পৰিত্ৰাণৰ উপায় দেখুৱাবলৈ, পুষে কামৰূপত :৩৭১ শকত শ্ৰীমৎ শঙ্কৰদেব, ১৪ ৫শকত ‘হৰিৰূপে গ্ৰ হৰিবে ১৪১ শকত দামোদৰ দেৱ আৰু ১৪১১ শকত মাধৰ দেৱৰ আবিৰ্ভাব হয়। এই মহা পুৰুষ চাবিজনাই দৰাচলতে একই পবিত্ৰ পৰম নিৰ্মল শুই সনাতন ভাগী ধৰ্ম প্ৰচাৰ কৰি, সমিয়াব পৰা কুচবিহাৰৰঙ্গপুৰলৈ এই বিকৃতুল অজ্ঞান তিমিৰাকাৰৰ পৰা ৰক্ষা কৰি গান মুক্তি পা উলিয়াই দিছে। শঙ্কৰদেৰী, মামোৰী, বিয়ে বুলি মাৰ ভিতৰত কোদাল কৰা আমাৰ জৰ মাখেন।