পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ ঠাকুৰ মহন্ত, মাধৱে পঢ়াত, মহা গুণা , যাক সমস, মাধৱ দেখত, মহা গুণৱন্ত, ধৰ্ম্ম থাশিল, পূৰ্ব গুণ কত্ত, যত গুণ-লীলা, মাধৱ কহিল', দেৱ মাধৱ, মিলিল বিস্ত, বেহাক গৈলা, কৃষ্ণ গুণ লীলা, ভক্ত অপৰ্যত, মাধৱ মহন্ত, গ্ৰন্থ নাম মালা, মাধৱক দিলা, মাধৱ ঈম, প্ৰেমৰ সাগৰ, মধুপুৰ থানে, হৰিৰ কীৰ্তন, শাক পঢ়ন্ত, সবে পঢ়িল॥৩২২ নাতি শঙ্কৰ, নাহি পটন্ত॥৩২৩ ঠাকুৰ মহন্ত, বৈৰ্যে হৈমন্ত॥৩২০ মাধৱ মহন্ত, সবে শুনিলত॥৩২৫ শঙ্কৰে কহিলা, সমস্তে শুনিলা॥৩২৬ মহা অবান্ত শুনা সবে ন॥০২৭ মধুপুৰে ৰৈলা, সমস্তে কৰিলা॥৩২৮ সতত শুনু, গুণ বখান॥৩২৯৷ নৃপতি গঁধাইল, পদ নিবন্ধিলা॥৩৩। গুণৰ সাগৰ, বন্ত নসীব॥৩৩১ অছা মনে, কৰি অনুক্ষণ॥৩৩২