পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE B00K AREFULY গ ৩৫ নাৰায়ণ সন্ত, ভক্ত অপৰ্যন্ত, মাধৱে ৰোল, যত ভক্ত সন্ত, শৱ দেৱৰ, প্ৰেমৰ সাগৰ, কতোহো হাসত, লোতক জুড়ন্ত মাধৱে কান্ত, যত ভক্ত সম্ভ, নাহি ৰাতি দিন, শুনা অনুদিত, কৃষ্ণে লীলা যত, তাকে অবিৰত, ভকতি ৰসৰ, ক্ৰীড়ন্ত সত্ব, কতো সাবট, প্ৰেমে ৰাগৰম্ভ, প্ৰেমময় নদী, যান্ত অবিচেদি, দেৱ মাধৱ, তাৰ সাৰত, এৰাম মহন্ত, কথা শুনন্ত॥৩১১ চৰিত্ৰ অনন্ত, প্ৰেমত মত্ত॥৩১২৫ চৰিত্ৰ বিস্ত, মলৈ নিৰন্তৰ॥৩১৩ কতোহো কাল, মজিয়া থাকত্ত॥৩১৪ সোতক জুত, নিৰ্ভয় হোৱন্ত॥৩১৫ প্ৰেমে মুহি ক্ষীণ, স্নেহে ভিন্ন ভিন্ন॥৩১৬ কৰিলা পূৰ্বত কন্তু বেকত॥৩১৭ অন্ত নদী বৰ, ভক্ত নিৰন্ত॥৩১৮ কতো চুমা খাস্ত, আনন্দে মত্ত॥৩১৯ বহে অন্ত খেদি, যত শব্দভেনি ৩২ চাৰৰ বিহুৰ পাৰে কোন নৰ ৩২১