পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশ্ৰী চতুভুজ নাতি, যাৰ যশ কীৰ্তি, অনেক মহন্ত, যুৰিবে জগত, আৰু একজন, কৈব ভক্তি জ্ঞান, আনে নানামত, দেৱমাধৱত, কণৰ নগৰ শ্ৰীমন্ত শঙ্ক, গুৰু কৰি শীলা, ভাশুনা কৰিলা, বিলাপিত ভৈলা, ৰামায়ে নেখিল', কথা পুছিল, মাধৱ মহন্ত, তান্তে সুধি লৈব, ভক্তি তত্ত্ব পাইব। হেন কহিল, দেহ এৰিলন্ত, চিতা সজাইল, তাতে তুলিল, হৈবেক খিয়াতি, বুড়িবে জগতি॥২৭৮। হৈব দুইহত, ইতো ভক্তি তত্ত্ব॥২৭৯ গোপাল শুভন, সম নাহি আন॥২৮০ কৰিল। বেকত, প্ৰেমভক্তি তত্ত্ব॥২৮১৷৷ কৰুণ। সাগৰ, ভকত সবৰ ২৮২৷৷ সেহাৰে চলিলা নাপৰ কৰিলা।৷২৮৩। গীতক কৰিলা, আগবাঢ়ি বৈলা॥২৮৪৷৷ শঙ্কৰে কৈল, খৈলোহেঁ। তাহান্ত॥২৮৫৷৷ আমাকে লভিবা, মুখী ভূত হৈ ৮৬। শঙ্কৰ মহন্ত, বৈকুণ্ঠে গৈলন্ত॥২৮৭! নৰপতি সম্ভ, হো হিলন্ত॥২৮৮||