পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ কিয়া আচৰিলা, বাউসীক পাইল, গনকুচি পাইলা, মাধৱে দেখিলা, আগবাঢ়ি গৈলা, বাৰ্তাক হিলা, মাধৱে নিলা, আকুলিত ভৈলা, ঐ প্ৰাণ হৰি, পৰিছেদা কৰি, নাৰায়ণ সন্ত, তেহে নিচুকান্ত, থানক গৈলন্ত, ৰামাই আসিলন্ত, ঠিয়ই মৰিল, নিটালে পৰিল, বাউসী নগৰী, আসিলন্ত লৰি, কান্দিব লাগিল, উৰ্মি উথলিল, মাখৱে বুকান্ত, সমন্টে জুড়া, মাই পৰিল, বাৰ্তাক এনাইলা॥২৮৯৷৷ ৰামাই আসি, গামোটাক লৈল। ২৯০ সাবটি ধৰিল. কান্দিয়া কহিলা॥২৯১ কান্দিবে লাগিলা, আৰ্তনাদ কৈলা॥২৯২) কৈ গৈলা এৰি, মোক পৰি হৰি॥২৯৩৷৷ তথাতে আহত, হুয়ো উপশান্ত॥২৯৪৷৷ গোসানী দেখ, গামোচা লৈল॥২৯৫ ধাতু উৰি গৈল, চেতন হৰিল॥২১৬|| ভক্ত আছে ভৰি, গৈল যেন মৰি॥২৯৭ হিয়া ঢাকুলি, আকাশ গলি॥২৯৮|| হুয়ো উপশান্ত, নিশ্বাস তেজ॥২৯৯