পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মালা মাখৰ মহন্ত, আজ্ঞা কৰিলন্ত, তযুথানে ৰৈবো, বিহানে পড়িবে। তানিয়া মাধৱ, দ্ৰব্যৰ সম্ভৱ, গুৰু হিল, স্নান কৰিলন্ত, মাধৱ মহন্ত, কথা ছিল, গুৰুৰ লক্ষণ, ভক্তি মহাধন, ভকতি সদয় ভকতি বিনাই, ভকতি সি পিতা, ভকতি সি দাতা, যত ছিল, মাধৱ মহন্ত, পুৰুষ উত্তম, নাহি আসম, শাস্ত্ৰক পঢ়াইবা, ধৰ্মক বালি, তথাতে আন্ত, ভক্ত পালিব॥২৬৭) নিশাক বঞ্চিবে, বেহাৰে চলিবো॥২৬৮ ভকত বান্ধব, মিলাই উৎসৱ॥২৬৯|| নিশা বঞ্চিল, ভোজন ভৈলন্ত॥২৭ সেৱা কৰিলন্ত, শঙ্কৰে কৈলন্ত॥২৭১ দেৱ নাৰায়ণ, ভকত ভজন॥২৭২৷ ভকতি সহায়, গতি নাই নাই॥২৭৩৷ | ভকতি সি মাতা, ভকতি সি ধাতা॥২৭৪ সবে কহিল, প্ৰেমে শুনিলন্ত॥২৭৫|| নাহি প্ৰিয়তম, তে পৰমব্ৰম॥২৭ ভক্তি তত্ত্ব বৈবা, বৈকুণ্ঠে চলিব ২৭৭