পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
২৩৪
২৩৪
৺শঙ্কৰদেৱ।

[ ৬ ] » ১৮ ? » >> ৯ 2 > ১২ 99 » ১৪ ২ 1) ৭ পৃ ৭ শা—খেড়ি-থলী পাতি কচুগুটি আদিৰে এক প্ৰকাৰ খেলা। উৰাৱন্তপিন্ধায়। যদুয়ে কাপোৰ উৰিছে। পৰাই-নিচিনা। ৮ বাহুয়—১২ বাৰ। বাহ, বাহ-দুহঁ কমেই লিখা আছে। বাৰহয় ধৰিলে বেয়া নহয়। নতঙ্কোহোতা-শাসন কৰা। দৈত্যাৰি-দৈত্য+অৰি বিষ্ণু বা কৃষ্ণ। ১২ আৰিসি-আহি। চিবুক-থোতো। পামৰি-চাদৰ। ভুনি—ধুতি, চুৰিয়া। স্নানিবাক-স্নান কৰিবলৈ সু-শিহু, শুন্। সংশিশুক। উৰফাল হব। খৰমৰা। ১৫ পৃ ১২ শা সান্থ বি-সাঁতুৰি। চাম্প-ঝাপ। গহন—দ; গভীৰ। বৰ হিয়া-সাহস। জুৰিয়ো-ঠিক কৰা। বহাৰি-বোৱাৰী। দুলাভ-আজিকালি এটা ‘ল’ৰে লিখে। > D » ৭ >> » ৮. ১৬ . >> ১৬ ৫ ৭ >>> V » ১৭ ১৪ » s ১৮ ৯ > ২০ ২ D