পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত পৰিতাল * | (২) ধ্ৰুং-ৰে + সই গোপাল পিয়াৰু। মেৰি প্ৰাণ অধিক। মধুপুৰি ৰহে দহে জিউ হামাৰু। পদ—গোকুলক মানিক কানু নব নিধি। হাতে হবল নিকৰুণ বঙ্ক বিধি॥ চান্দ বিনে ৰয়ণী সজনি কিছো নোহে। হৰি বিনে বিৰিন্দবন : নাহি সোহে। একলি। —মাই মাধৱ বিবহে। | হবয় চেতন তনু জিবন নাৰহে॥ পদচান্দ চন্দন মন্দ মলয় সমিৰে। কেসৱ বিনে বিষ বৰিসে শৰিৰে। ঘন ঘন হনিয় মদন পঞ্চবান। কোকিল কুহু কুহু লেহু, মেৰি প্ৰাণ। পঙ্কজ পাত অহিত হিম + বাৰি। মধুকৰ নিকৰ কৰয় মহামাৰি। ঐচন সময়ে মধুপুবি পিউ প্ৰাণ। কৃষ্ণ কিঙ্কৰ ৰস শঙ্কৰে ভান॥ ৮৭। পাঠাৰ :- * মানচুট; +;! বিলবিলীন।। হেম।