পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত পদ—মোহে চৰণ মনে ধৰি ঝুৰে নীৰ। তাহেঁৰ দুখ নি চিত্ত নোহে থিৰ। এ উদ্ধৱ সুন গোপীনিক দুখ। তনুমন ঝামৰ মলিন ভেলি মুখ। কবি বিনয় বানি গোপীনিক আগে। কয়লহ বস্য মোহে প্ৰেম অনুৰাগে। নাহি চাড়হেঁ। সখি তাহেঁৰ সন্নিত। তাপ তেজ অব থিৰ কৰু চিত্ত॥১৮৬ হামাকু -মোৰ। ঝুবে—নিজৰে। মোহে-মাৰ। সন্দেশ - বাতৰি , খবৰ। বাত -কথা। চুটে ওলাই দৌবে। লাই–লৈ, লৈকে। সুমবিতে মোহে-মোক স্মৰণ কৰোতে। নাৱে –ন আৱে, নাহে। নিন-নিদ্ৰা। বস্য -বশ, বশ। সতি —নিকট, ওচৰ। ৰাগ –ধনত্ৰী। | (১) ধ্ৰুং–কি কহব উদ্ধৱ কি কহব প্ৰাণ। গোবিন্দ বিনে ভয়ো গোকুলে * উছান। পদ—সুন্য ভেল অঙ্গিনা বিৰিন্দা বিপিন।। সোভে + বয়নী যৈচে চাল বিহিন। নাহি চাৰব ধেনু কালিন্দি কুল। আৰ না শুনবো : বেনু কদম্বক মুল।। মথুৰা ৰহল $ সব গোপিনীক পিউ। কেসব বিনে কৈছে ধৰবহে। জিউ। | পাঠান্তৰ - * গোকুল; t নাসোহে;! পুৰব; $ ৰহলি।