পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত ভয়ো-হয়। উছান -উছন, চন। অঙ্গিনা-চো বিপিন-বৃন্দাবন। পিউ-প্ৰিয়। মথুৰা...পিউ-গোপি চন। অঙ্গিনা-চোতাল। বিৰিন্দ। পিউগোপিনী সকলৰ প্ৰিয় ভৈ। পিয়া-প্ৰিয়। আৰু- নি। শোহে-শোতে। পঙ্কজ আধাৰ।। থুৰা। সনি- শুৱনি। শোহে-শাতে, পদ্ম। আহত- ইয়াত। হিম-বৰফ, অতি চেঁচা। বাৰি-পান। চান্দ শৰীৰেচৰ কিৰণ, নন, মৃদুময় বতাই আকাশ আজি কৃষ্ণবিনে এই বোৰে শৰীৰত বিষহে ঢালিছে। পঙ্কজ পাত•••হিমবাবি- পদ্মৰ পাত ইয়াত অতি চেঁচা। মধুক-মৌমাখি। নিকৰ- সমুহ। মধুৰ মহামাৰী -শোমাখিৰ গুণ গুণ শব্দই বেদনা | ‘পন, মৃদুময় বতাহ আৰাম দায়ক হতেও দিয়ে। ৩৪ ৰাগ-অহিৰ। (১)। ধ্ৰুং-গোবিন্দ গণ মন লাগি। সুমৰিতে তনু হে আগি। পদ-মুধুপুৰি মাধৱ পিউ। কৈছে ধৰবে। অবজিউ। নিশি সব বঞ্চোহু + জাগি। ভেলি মাধৱ বধ ভাগি। মান-জতি।

  1. ং-উদ্ধৱ বন্ধু মধুৰিপু প্ৰাণ হামাৰি।

জীৱন হামাৰি, যদুপুৰি পাৱত, পুনু নাৱত ভকত হবি, বিবহ কুমাৰি। পদ—কৈছে কেশৱ পুঘু পায়ী। দুখ মেৰি মেচিন; ৰাজিব লোচন; চৰণ নাহেৰি জীৱ জাই। পাঠাৰ:- * জলে;! বল; } একতালি।