পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত পদ-আযু জননি সুত চল পৰদেশ। কতনো লীহিল বিহি! অভাগিক ক্লেশ। বিনে তুহু ৰহব জীৱন নাহি মোই। কহ শঙ্কৰ কৃষ্ণ বোল সব লোই॥১৮৪ বয়ন-মুখ। মাই–দৈৱকী। ঝুৰাই-পেলায়। বিহি-বিধি। লীটিস- লিখিলে। নয়নে নীৰ ফুৰাই—চকু লো টোকে। মাই-মোৰ। | ৰা-গৌৰি। &ং – জিত জয়, যোনোৱা নন্দন, আনন্দ পদ পাই। নাচতু ছনি, গোপ গোপীনি, হাতে তালি বজাই। পদ-যোহি যগত, জিৱ জনক, | জাহে ন সমকৈই। সোহি পৰম, পুৰুষোত্তম, | ৰাখ • তনু তৈই। বামন পই, বাহিৰে ৰহু। কৰত্ব বিঘিনি নাসা। অন্তৰে তেৰি, ৰাধ ও হৰি, . কহতু কৃষ্ণক দাষা।১৮৫া। জীৱত—দীৰ্ঘজীবী হও; নাচতুজাই -গোপ গোপিনীৰ লগত চাপৰি বজাই নাচি চলে। জাহে—'হে যাক। সমকোই-কোনেও সমান | পাঠান্তৰ:,? বিভিন্ন বিপ। + মশাই; বাপই;! তোই; $ ৰাখত।