পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত নহয়। তোই-তোৰ বা তোমাৰ। বামন পং বামনৰূপী প্ৰভু। তেৰি—তোমাৰ। কৃষ্ণকু-কৃষ্ণৰ। শচন্দ—গীত। ৰাগ ভুপালি। ধ্ৰু-বিৰহে আকুল গোপী হামাকু নিমিত। ঝুৰে নয়নক নীৰ থিৰ নোহে চিত্ত॥ পদ-মাধৰ কহই উদ্ধৱ ধৰি হাত। কহ মোহে গোপীনীক সন্দেশ বাত। জানয় নাহি গোপী মোহি বিনে আন। দেহু বোধ উদ্ধৱ গোপী ৰহ প্ৰাণ তাল—চুটা।। নাহি সুহৃদ মোহে গোপীনি সমান। তাহেৰ দুখ শুনি চুটে মেবি প্ৰাণ। পদ-এ উদ্ধৱ চল গোকুলক লাই। সুমৰিতে মোহে গোপীনীক জীৱ জাই। হামাকু সপত সাম্ভ কৰু ব্ৰঞ্জনাৰি।। বোলিতে কমল নয়নে বুৰে বাৰি। ধৰমান। নাৱে নয়নে নিল নাহি অপান। হা হৰি বুলিতে তেজই জৈছে প্ৰাণ।