পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ বৰগীত ২৯ ৰাগ—ধনত্ৰী। ধ্ৰুং-ৰাম মেৰি হৃদয় পঙ্কজে ৰৈছে। ভাই চিন্তনা * চীন্ত + কৈছে। পদ-জগ : তাকে জাকেৰি নাম। দেখো সে পুনু আপুন ঠাম। ৰাম, সুহৃদ সোদৰ মাতা। জান মেসে, অভয় দাতা॥ ৰাম, ভকত পৰম নীধী। ৰাম, বিনে নাহি একো সিদ্ধি। ৰাম, ইহ পৰলোকে গতি। তাহে, দেখো নাহি মন্দমতি। কৃষ্ণ কিঙ্কৰ শঙ্কৰ ভান। ৰাম বিনে নাহি গতি আন।১৮৩ | বৈছে-বহিছে। চিন্তনা চিত্ত কৈছে--হৃদয়ত কিয় চিন্তা নকৰা। ঠাম—নিজ ঠাই বা হিয়া।

  1. ৰাগ- ধনী (মাউৰ ধনী)।

ফ্ৰং—হৰিক বয়ন + হেৰি মাই। ফোকাৰে নিস্বাস নিৰ নয়ন ঝুৰাই। পাঠান্তৰ - * চিত্ত; : নাচিয; } জগত।

  • এই গীত মহাপুৰু ন শ ঙ্কৰদেৱে দুজাত এবষক সুতিকাগৃহৰ পৰা ব্ৰলৈ লৈ

যোৱা ঘটনা লৈ লিখা। শেষত গোপাল দেৱে অলপ পৰিবৰ্তন কৰি এই গীতটি তেওঁৰ জন্ম যাত্ৰা নাটত ভুক্ত কৰিছে। পাঠান্তৰ :-। নয়ন;