পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত ( ২৫% আৰ কি পেখবো গোপাল প্ৰাণ। * GHA কৃষ্ণ কিঙ্কৰ শঙ্কৰ ভান, হৰিক হৃদয়ে জান ২৭ কবে—কেতিয়া। আবে—আহিব। আগি—অগ্নি। বাছুৰি-বশী, বাঁহী। খেলাইছিলোঁ—ক্ৰীড়া কৰিছিলোঁ, মনত পৰিছিল। নাবিছুৰু— নাপাহৰে। ২৮ ৰাগ—কৈল্যান। ধ্ৰুং উদ্ধৱ বন্ধু; মধুপুৰি ৰহল মুৰাৰু। কাহে নাহেৰি, ৰহব অব জীৱন, বন ভয়ে ভৱন হামাৰু। পদ-জাহে বিযোগে, আগি অঙ্গ তাৱয় তিল একু ৰহয়ে নপৰী। সোহি ব্ৰজ-সুৰ, দুৰ গয়ো গোবিন্দ, দিস দস দীবসে আন্ধাৰী॥ হয়ো মৰণ ওহি, সোহি হৰি চৰণকু, বিচুৰি ৰহয়ে নপাই। দেখত কালিন্দি গিৰি বৰিন্দা বন, তনু মনু দহয়ে সদায়॥ ব্ৰজজন জিন, বহুৰি নাহি আৱত, হামাকু কৰত আনাথা। গোপিনি প্ৰেম, পলি নিৰ ব্যৰয় ১, শঙ্কৰ কই গুণ গাথা॥২৮৷৷ মধুপুৰি মধুৰ। ৰহল-ৰল, থাকিল। তাৱয়—তপত হয়। একু—একোপধ্যে। -সূৰ্য্য। ওহি-এই। বিছুৰি-পাহাৰ। গাথা গীতিপদ। বৰ্ম্ম সম্বন্ধীয় গীত। | পথাৰ -

  • নাচিৰে।

হান। ৪ তৰয়ে; দিল; } বসে।