পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ বৰগীত কহ কৃষ্ণ কিঙ্কৰ হৰিক ভজ ভজ লোই। হৰি বিনে সুহৃদ বন্ধৱ নাহি কোয়ি v১৬৷ লাই—লৈকে। হনু চিত্ত বিত্ত-ময়েই হিয়াৰ বন। নিত হামাকু ধিয়ান- মেকে সদায় ধ্যান কৰি থাকে। বহুৰি-ঘূৰি। ভেটবো দুনাই-অকে। দেখা পাম। লেই—লোকাই, লোকসকল। কোই—কোনো। ৰাগ-তুৰ বসন্ত। ধ্ৰুংকহৰে উদ্ধৱ কহ, প্ৰাণেৰ বান্ধৱহে, প্ৰাণকৃষ্ণ কবে আৱে। পুচয়ে গোপী প্ৰেম আকুল ভাৱে; নাহি চেতন গাৱে। পদ—বছুৰি ধ্বনি সুনি গো বৎস পেখি।। লাগে আগি গায়ে উদ্ধৱ সখী। কালিন্দি দেখী সখী ফুটয় বুক। • এথায়ে খেলাইচিলো সে চান্দ মুখ হৰি নয়ণ মুখ।। বিৰিন্দ। বন বৈৰি মাৰি ভেলি। পেথিতে নাবিচুৰু গোপাল কেলি। ধ্বজ বজ্ৰ জৱ পঙ্কজ চাই। তথায়ে কালো হামো লোটায় কয়ী, গুণ গোবিন্দ গায়ী। কৃষ্ণ সুৰ্য বিনে ব্ৰজ আন্ধাৰ, নেদেখো এদুখ অৱধী পাৰ। পাঠান্তৰ :- * ভজ (লোপব) * পুহয়।