এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( চ )
অজানন্দ | |||||||||||||||||||||||||||||||
জয়ানন্দ ভূঞা (কোচ ৰজাই কনৌজৰ পৰা আনে | |||||||||||||||||||||||||||||||
ধৰ্ম্মৰাজ ভূঞা | |||||||||||||||||||||||||||||||
হৰিচৰণ (শ্ৰীশ্ৰী হৰিদেৱ শিষ্য) | |||||||||||||||||||||||||||||||
দামোদৰ (জাগাৰী) | হৰিমিশ্ৰ (সন্ন্যাসী) | মাধৱ মিশ্ৰ (কৈহাটি) | কৃষ্ণ মিশ্ৰ | ৰামমিশ্ৰ | |||||||||||||||||||||||||||
ৰঘুনাথ | গোবিন্দ মিশ্ৰ ডালা (মঙ্গলদৈৰ কালাই গাঁৱৰ ওচৰ) | মুৰাৰি মিশ্ৰ বালিসত্ৰ | |||||||||||||||||||||||||||||
৫ম বছৰ ৯সসংখ্যাৰ আৱাহনত শ্ৰীযুত নলিনীকুমাৰ মিশ্ৰদেৱেও গোবিন্দ মিশ্ৰৰ এখন বংশলতা প্ৰকাশ কৰিছে; এই বংশলতা থকা গোবিন্দ মিশ্ৰই গীতাকাৰ হলে তেওঁৰ পুতেক শ্ৰীৰামচন্দ্ৰ ভবানীপুৰীয়া গোপাল আতাৰ শিষ্য হোৱা সম্ভৱপৰ নহব; কিয়নো পীতাম্বৰ* ভট্টাচাৰ্য্য মহাৰাজ নৰনাৰায়ণৰ সময়ৰ; গোপাল আতা মহাৰাজ নৰনাৰায়ণৰ সমসাময়িক শ্ৰীমন্ত শঙ্কৰ মাধৱৰ সময়ৰ৷ এনে অৱস্থাত পীতাম্বৰৰ অধস্তন ৫ম পুৰুষ (মিশ্ৰই প্ৰকাশ কৰা মতে) গোবিন্দ মিশ্ৰৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰে গোপাল আতাৰ পৰা ধৰ্ম্ম ধৰা সম্ভৱপৰ নহয়।
*পাণ্ডুৰ প্ৰতাপ ভূঞাৰ গুৰু চিলাৰায়ে গৌড়ৰ পৰা অনা। (১৪৪ পৃ কোচবিহাৰেৰ ইতিহাস৷)