পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( চ )
অজানন্দ
জয়ানন্দ ভূঞা (কোচ ৰজাই কনৌজৰ পৰা আনে
ধৰ্ম্মৰাজ ভূঞা
হৰিচৰণ (শ্ৰীশ্ৰী হৰিদেৱ শিষ্য)
দামোদৰ
(জাগাৰী)
হৰিমিশ্ৰ
(সন্ন্যাসী)
মাধৱ মিশ্ৰ
(কৈহাটি)
কৃষ্ণ মিশ্ৰৰামমিশ্ৰ
ৰঘুনাথগোবিন্দ মিশ্ৰ
ডালা (মঙ্গলদৈৰ
কালাই গাঁৱৰ ওচৰ)
মুৰাৰি মিশ্ৰ
বালিসত্ৰ

 ৫ম বছৰ ৯সসংখ্যাৰ আৱাহনত শ্ৰীযুত নলিনীকুমাৰ মিশ্ৰদেৱেও গোবিন্দ মিশ্ৰৰ এখন বংশলতা প্ৰকাশ কৰিছে; এই বংশলতা থকা গোবিন্দ মিশ্ৰই গীতাকাৰ হলে তেওঁৰ পুতেক শ্ৰীৰামচন্দ্ৰ ভবানীপুৰীয়া গোপাল আতাৰ শিষ্য হোৱা সম্ভৱপৰ নহব; কিয়নো পীতাম্বৰ* ভট্টাচাৰ্য্য মহাৰাজ নৰনাৰায়ণৰ সময়ৰ; গোপাল আতা মহাৰাজ নৰনাৰায়ণৰ সমসাময়িক শ্ৰীমন্ত শঙ্কৰ মাধৱৰ সময়ৰ৷ এনে অৱস্থাত পীতাম্বৰৰ অধস্তন ৫ম পুৰুষ (মিশ্ৰই প্ৰকাশ কৰা মতে) গোবিন্দ মিশ্ৰৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰে গোপাল আতাৰ পৰা ধৰ্ম্ম ধৰা সম্ভৱপৰ নহয়।


 *পাণ্ডুৰ প্ৰতাপ ভূঞাৰ গুৰু চিলাৰায়ে গৌড়ৰ পৰা অনা। (১৪৪ পৃ কোচবিহাৰেৰ ইতিহাস৷)