পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
শ্ৰীভজন বিলাস পদ্ধতি


ভজন বিলাসে দেখি শুনি,  চিন্তাকৰ মনচিন্তামণি
 নহলে বিপদে পৰি যে কাশী কলে ॥৪২॥★

⸺⸺

অষ্টমহাপাশ।

পৰাশৰ সংহিতায়াং।

“ঘৃণা লজ্জাতথা ভয়ং যুগুপসা স্মৃতি পঞ্চম।
কুলমানতথাশীলং অষ্টপাশ প্রকীর্ত্তিতা।
পাশবদ্ধ ভবেৎজীব পাশমুক্ত সদাশিব॥”

(কথা )

 এলাহ, লাজ, ভয়, নিন্দা, পৰিণাম চিন্তা, কুল, মানও নম্রতা এই আঠখন বৰডাঙ্গৰ জাল, ইয়াৰ ভিতৰত থাকিলে জীব, বাহিৰহলেই শিব।

⸻⸻

ভয়পাশ।

দৈত্যৰ কুলত,  প্রহ্লাদ ভকত,
 সকলােৱেতাকজানে।।
হৰি বলা দেখি, বাপেকে নসহি,
 সাজিলমাৰিব প্রাণে ॥৪৩।
হাতীজাপেদেই, বিষক খুৱাই,
 তপত তেলত আৰ ।