সমললৈ যাওক

পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
শ্ৰীক্ষেত্ৰ।

সেই সময়ত ঘৰৰ ভাৰা মানুহে পতি ৩৲৷৪৲ টকাকৈ পৰে। মেলাৰ দিন দৰ্শন কৰিবৰ ঠাইৰ অভাৱত বহুতে টকা ভৰি ঘৰৰ চাত, বাৰান্দা, দেৱাল আদি ভাৰা কৰি লয়। এনেকি কেনোৱে গছত উঠি চাবলৈও গছ ভাৰা কৰি লয়।


১৬। সাগৰৰ দৃশ্য।

 পূৰীধাম শঙ্খ আকৃতিৰ নিচিনা। ইয়াৰ প্ৰায় তিনিওফালে ভাৰত মহাসাগৰ। সাগৰ নীল বৰ্ণ। কিন্তু পুৰীৰ সাগৰ অতি নীল বৰ্ণ। সাগৰৰ পাৰত থিয় দিলে সকলো অসীম অনন্ত

সাগৰ