পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কালিয়-দমন। কম্পমান, সদৌ বৃন্দাবনবাসী মান, ন-ভগনীয়া পমুৱা গোপ-বাসিন্দা- বৰ্গ সৰ্বক্ষণত সশঙ্কিত হব লগাত পৰিছিল। আন কি, বনৰ পহু, ডালৰ পখীৰৰ ৰক্ষা নাই;-কালিয় পৰিয়ালৰ তাপ-ভাপত পৰিলেই সিহঁত ভস্ম হোৱাদি হয়। কালিয় সপৰিয়ালে কালিন্দী যমুনাৰ এটা গভীৰ আৰু বহুল ঘুলিৰ পৰত বাস কৰিছিল (১)। সেই ঘুলি (২) গোপ-উপনিবেশৰপৰা এক ক্ৰোশমান মাথোন আঁতৰ (৩)। আজন্ম ৰাজনৈতিক পুৰুষ শ্ৰীকৃষ্ণই উমণিবৰ ছলতে লগৰীয়া গৰখীযাবিলাকক দৈনিক শিক্ষা দিয়াৰৰ ছেগ ধৰিছিল। ওপৰত উকিউ শক্ৰবিলাক বিনাশ কৰি বৃন্দাবনত গোপ-উপনিবেশ নিৰা- ।১) বিব, মঙ গৱত আৰু অন্য ন্য পুশণদিত কলিযক এ বিষধৰ প fi.হ বৰ্ণনা ক। এছ। সংমত, সি কান্দাস্থ এট' হ্ৰদত বস কচুল। শ্ৰীকৃষ্ণই সই হ্ৰত। প, কযে লগত যে তা যুদ্ধ ক , অশেত তা ফ (বিষ্ণুপুণমত ৩, ব ম হ ৫ • • মন্তু গৱত ম ত এহজ ) ওপৰত উঠ ব' বঙ্গ ই ন ১ ন চ + ত। তৱ ই ব ক ল। হে মৃত,॥ বৰ্ণীযৰুতৰ তত তুষ্ট হৈ ৫ ষ্ণই কাকি প্ৰণে মথেন এ। দি তা পঠ'। কা লং ষ। অ শ অনুব তা : অ'তৰ গৈ সাগ'।

  • ৬ মণ ন ম দ্বাপত বাস কৰিলেগ।

(২) পুৰাণ আৰু হৰিবংশত এই ঘুলিক হল বুল হে নিৰ্দেশ কা হৈছে। কিন্তু, হ্ৰদ, অথচ কালিন্দী নৈৰ বুকত। কথাটা দেখাতে সঙ্গত যেন নেদেখি। (৩) হৰিবংশৰ বিষ্ণুপৰ্বৰ ৬৭ আধ্যাত কোৱা হৈছে যে, বৃন্দাবনত গোপ- উপনিবেশৰপৰা এক ক্ৰোশ উত্ত। এই প্ৰকাও হ্ৰলৰ স্থিতি। দশম স্কন্ধ ভাগৱত। ১৬শ অধ। ৮ম শ্লোকতত এই গুল কালৰ গৰ্ভত এটা হ্ৰদ বুলি বৰ্ণাৱা হৈছে হৰিবংশ মতে কালিয়-মন। উদ্দেশে শ্ৰীকৃষ্ণই অগ্ৰজ ৰামৰ আগত মনোভাব ব্যক্ত কবি, পাৰত থকা এজোপা কদম গছত উঠি তাৰপৰা এই হ্ৰদত জাপ দি পৰে।