৪৯ শিশু কৃষ্ণ। কপালখনি আকাশৰ চা যেন। কলিয়া কানাইৰ পিঠিত ৰা কেঁকোৰা চুলিটাৰ আকাশত উৰা মেঘৰ ঢৌ যেন। তনুশ্যাম কৃষ্ণৰ বৰণটি দুবৰিৰ কেওঁ যেন। কৃষ্ণাইৰ হাতৰ তলুৱা দুখানি ৰঙা লাতুৰণি যেন। মাধৱৰ পাৱৰ পটা দুখানি সন্ধিয়াৰ হেঙ্গুলি মেঘ যেন। কানুৰ কান্তিয়ে মদনক জিনে। বাসুদেৱৰ সম্মোহন চাহনিয়ে জগতক মোহে।-এনে গনোহন কৃষ্ণৰূপ দশনত ভোেল নাযায় কোন! (১) কৃষ্ণ বৰ বলৱন্তু লৰা। লৰাৰ গাত বল যিমান, মনত উলাহো সিমান। কৃষ্ণক গোকুলৰ তিটা-চাইটা সমনীয়া লৰাই ধৰিও ৰাখিব নোৱাৰে। একোটা ঢপলিয়াই ফুৰা দমৰা কৃষ্ণই পিচৰপৰা নেগুৰত ধৰি একেচিপে ৰখা গৈ। লৰি গৈ কৃষ্ণই ছিটিকি-পলোৱা হৰিণা-পোৱালি আগছেগৈ। ওমৰ্টেতে বাহ-লৰাই কৃষ্ণৰ কঁকালত কাপোৰৰ ডোল লগাই ওলমি টানি ধৰে, কৃষ্ণই হেলাৰঙ্গে সেই বাহ লৰাক চোচোৰাই টানি লৈ যায়। এনেকুৱা অনেক প্ৰসঙ্গত শিশু কৃষ্ণৰ অদ্ভুত শক্তি দেখি ব্ৰজবাসীয়ে বিস্ময় মানিছিল। কৃষ্ণৰ যেনে বল, তেনে সাহ। খুঁচিবলৈ খেদি অহা গৰু-গাই, হ- মেঠোন আদি আগত পালে কৃষ্ণই ভয়ত ভগৱন্ত পলোৱাৰ আহিৰে (১) “সন্মত্তলীলৌপয়িক স্বযোগমায়বলং দৰ্শয় গৃহীত। বিমাপনং স্বস্য চ সৌভগন্ধে, পং পং ভূষণ-ভূষণ ঙ্গং।” শ্ৰীমদ্ভাগৱত, তৃতীয় ঋদ্ধ, ২য় অধ্যা, ১২শ শ্লোক। অৰ্থাৎ, শ্ৰীকৃষ্ণৰ অঙ্গেই অঙ্গৰ ভূষণ; সেই মুক্তিৰ শোভা বঢ়াবলৈ কোনো সাজ- পাৰৰ প্ৰয়োজন নাই। শ্ৰীকৃষ্ণৰ অঙ্গ-প্ৰত্যঙ্গ সৰুলো োেভাৰ আৰ আৰু ভূবৰৰ ভূষণ বৰূপ। নিজ ঐখেৰ্যেৰে নিজেই পৰিপূৰ্ণ ভগবান শ্ৰীকৃষ্ণই স্বকীয় বোগায়া বলেৰে ৰীয় সামৰ্থ প্ৰকাশ কৰি নলীলাৰ উপযোগী সাজসমলাটি পৰিধান কৰিছিল। 8
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭৬
অৱয়ব