পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

be বৃন্দাবন-বিদায়। আহিল, কোনো কোনো গৰাকীৰ খোপাৰ বান্ধ মুকলি হৈ চুলি আউল-বাউল হল, আৰু কোনো কোনোৰ গাৰ বস্ত্ৰ আৰু অলঙ্কাৰ খহি খহ পৰিল (১)। কোনো-কোনো গৰাকী গোপিনী কৃষ্ণ- চিন্তাত হজ্ঞান হেৰুৱাই ঠৰলাগি আসেন পাহৰা হৈ পৰিল (২)। কোনো-কোনো থাকী শ্ৰীকৃষ্ণৰ মনমোহ। হাঁহি আৰু মৰ্মস্পৰ্শী মনোক্ত ভাবৰ বিচিত্ৰ ভাব-ভঙ্গী আৰু মৌবৰ মুখৰ কথা আদিলৈ সুমৰি সুমৰি তধা লাগিল (৩)। আগন্তুক কৃষ্ণ-বিৰহ যথাৰ্গ হোৱাৰ সম্ভাৱনা যতকে বাচিবলৈ ধৰিলে, ততকে গোপিনীসকল অধৈৰ্য্য হৈ পৰিল। এনে কি, ধৈৰ্য হেৰুৱাই সিবিকে জুম্ জুম্ হৈ এই বুলি বিধাতাক নিৰা কৰিবলৈ ধৰিলে, “হে বিধাতা! তোমাৰ হিয়াত আজি লেশমানো দয়াৰ সঞ্চাৰ নোহোৱা হল; প্ৰিয়জন- মিলন ঘটাই সেই মিলনৰ মনোৰথ পূৰ্ণ হবলৈ নৌ পাওঁতেই তুমি অকস্মাৎ বিচ্ছেদ ঘটাবলৈ ধৰিছ; ই কি আচৰিত, তোমাক উদ্দেশ্য- বিহীন লৰাৰ নিচিনা নিৰ্থক যেন হে দেখিছে (৪)। সুনীল অলকামণ্ডিত সৰ্বসন্তাপহাৰী হাঁহিভৰা শ্ৰীকৃষ্ণৰ মুখকমা আমাক এবাৰ দেখুৱাই তৃপ্তি পলোৱাবলৈ নৌপাওঁতেই তুমি আকৌ যে হৰি নিবলৈ বিচাৰিছ, সেই বাবে তুমি নিশ্চয় নিন্দনীয় (৫)।” সিবিলাকে বিননিত কৃষ্ণগুণ-কীৰ্ত্তনেৰে গছৰ পাত খিণি-খিলিকৈ লৰাবলৈ ধৰিলে। কৃষ্ণৰ বিহনে গোপিনীবৰ্গৰ নো কি বিলাই হব, কৃষ্ণ (১) শ্ৰীমদ্ভাগবত, দশম স্কন্ধ, ৩৯ অধ্যা, ১৩ শ্লোক। ১৪ শ্লোক। > ১৫-১০ শ্লোক। 31 () (8) ১৭ শ্লোক। D > ১৮ শ্লোক।