এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কৃষ্ণ।
১৬২
অতুৰৰ অন্তৰ অলি আছিল; আনহাতে, বৃন্দাবনত নিজ বংশজ যদুমণি
শ্ৰীকৃষ্ণৰ মাহাত্ম্য বিষয়ে শুনি শুনি তেওঁৰ প্ৰাণত কৃষ্ণদৰ্শনৰ ধাউতি
প্ৰৱল হৈ উঠিছিল (১)। গতিকে, এনে শুভছেগত বৃন্দাবনযাত্রালৈ
ৰাজা পাই অকুৰে আপােনাৰ ভাগ্য আপুনি প্রসন্ন হােৱা বুলিহে
মানিলে (২)। দূৰদৰ্শী নতিমান অকুৰে দেখিলে যে, সেই চলতে
তেওঁৰ দুটা মহৎ উদ্দেশ্য সিদ্ধি হােৱাৰ সােণাময় ছেগ মিলিল;-
(ক) অত্যাচাৰী কংসৰ নিধন সাধন, (খ) ভগবান শ্রীকৃষ্ণদর্শন লাভ।
গতিকে, বৃন্দাবনলৈ অক্ৰুৰ উৰুলীকৃত হৈ ওলাল।
⸻⸻
(১) হৰিবংশ, বিষ্ণুপ, ৭৮ অধ্যা।
(২) বিষ্ণুপুৰাণ, পঞ্চম খণ্ড, ২১ আধ্যা।