পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১/০ “সপ্তৰ্ষীণাঞ্চ যৌ পূৰ্বে দৃশ্যতে উদিতৌ দিবি। তয়োস্ত মধ্যনক্ষত্ৰ দৃশ্যতে যৎ সমং নিশি। ৩৩। তেন সপ্তৰ্ষয়ে যুক্তাস্তিষ্ঠ্যশতং নাম্। তে তু পাৰিক্ষিতে কালে মঘাসন দ্বিজোত্তম॥৩৪।” এই মতে, জ্যোতিষী গণনাত পৰীক্ষিতৰ জন্মকাল। খাতংকৈ ১৪৩০ খ্ৰীষ্ট পূৰ্বাব্দ পোৱা যায;-তেমা কৃষ্ণৰ প্ৰৌঢ়াৱস্থা। এতেকে, ১৪৩০ +৭০=১৫০০ খ্ৰীষ্টপূৰ্বাব্দত শ্ৰীৰ ফৰ জন্মক না ওই পৰে। খ্ৰীঃ পূঃ ৩২৫ শতাব্দী সুপ্ৰখ্যাত আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰেহি। সেই বাল ৩ হানন্দৰ অনুবী চন্দ্ৰ গুপ্ত ৩১৫ খ্ৰীষ্টপূৰ্বাব্দত ৰজা হয়। আন' হ'তে, মান অভিষেৰপৰা পৰীৰি জন্মতৈকে ১১১৫ বছৰৰ ব্যবধান ৩.৭ ছেদত শ্লোব েেৰ দেখুৱা হৈছে। এতেকে, ৩১৫+১৫=১৪৩০ খ্ৰীষ্টপূৰ্বাব্দত পৰীক্ষিতৰ জন্ম; তাৰ লগত শ্ৰীকৃষ্ণৰ চোৱস্থাৰ বয়স ৭০ বছৰ যোগ দিনে, ১৪৩০+৭০=১৫০০ খ্ৰীঃ পূঃ অব্দ ও কৃষ্ণজন্মৰ কা| পোবা যায়। শ্ৰীমদ্ভাগবত, দ্বাদশ স্বন্ধ, দ্বিতীয় অধ্য'ৰ ২১-২২ শ্লোকত কৈছে—আৰভ্য ভবতে জন্ম বান্না ভাষচনং। এতদ্বসহস্ৰস্তু শতং পঞ্চদশোত্তৰং।২১৷ সপ্তৰ্ষীণাঞ্চ পূৰ্দো যৌ দৃশ্যতে উদিতৌ দিবি। ভযোন্তু মধ্যে নক্ষত্ৰং দৃশ্যতে যৎ সমং নিশি। তেনৈব ঋষযয যুৱ। স্তিষ্ঠাশতং। তে ত্বদীযে দ্বিজাঃ কানে অধুনাচাশ্ৰিত মৰাঃ ২২” অৰ্থ-হে ৰাজন্ (পৰীক্ষিত)! আপোনাৰ ভন্মৰপৰা আৰম্ভ কৰি মহানন্দৰ ৰাজ্যাভিষেকলৈকে এক সহস্ৰ একশত পঞ্চদশ বছৰ (১১১৫) পাৰ হয়। সপ্তৰ্ষিমণ্ডলৰ উদয়কালত পুহ আৰু কতু নামে যি দুটা নক্ষত্ৰ আকাশত পো-প্ৰথমে ওলোৱা দেখা যায়, সেই দুই নক্ষত্ৰৰ অন্তত সমদেশঅৱস্থিত অশ্বিন্যাদি নক্ষত্ৰবিলাক এটিএটিকৈ ওলাবলৈ