শ্ৰীকৃষ্ণ। ১৫০ আলাসত দুলিব লাগিছে, পৃথিবীখন যে নাগৰদোলা ঘূৰা দি শূন্যে শুন্যে ঘূৰিব লাগিছে, সেই মহান সৃষ্টি ৰীতিৰ আৰ্হিৰে মহা প্ৰাকৃতিক পুৰুষ শ্ৰীকৃষ্ণই এই দোলনযাত্ৰা উৎসৱৰ ৰীতি প্ৰৱৰ্ত্তন কৰে। এই উৎসৱত কেইবাবিধৰৰ ৰং-ধেমালি লগলগোৱা হয়। তাৰ ভিতৰত দোলন-ক্ৰীড়া (১), নাগৰদোলাত ঘূৰা (২), ফাকু-খেলা (৩, চেৰেকা- পানী মৰা, গৰখীয়া-দৌল পতা, হোলি’ নাম গাই বন-ভ্ৰমণ কৰা এইবোৰেই ঘাই। ইতিপূৰ্বত যি জোপা প্ৰকাণ্ড জৰীগছৰ কথা উনুকিউব হৈছে, বৃন্দাবনৰ সেই জৰাগছজোপাৰ তলতে দোলন-যাত্ৰাৰ পোন-প্ৰথম উৎসৱ পতা হয়। ফাগুনমহীয়া পূৰ্ণিমা তিথিত বৃন্দাবনাসী সদৌ গোপগোপিনী আৰু গৰখীয়া লৰা ছোৱালীৰে সৈতে ৰাম-কৃষ্ণই। (১) গছৰ ডালত বা ঘবব চ’তীত জৰীৰে আঁৰা এচটা পাটত উঠি ইফালৰপৰা সিফাললৈ অলসত অহা-যোৱা কৰা ধেমালি। বৃন্দনত প্ৰবৰ্তোৱ দোলন-ক্ৰীড়া পোন-প্ৰথমে গছৰ ডালত পাট আঁৰি কৰা হৈছিল। আজিকালি সেই তিথিত (সেই ধেমালিব প্ৰবৰ্তক শ্ৰীকৃষ্ণক দোলায়মান খাটোলাত তুলি পূজা কৰা হয়। (২) দুচটা কেৰেপীয়াকৈ লগোৰা কাঠৰ চাৰি মূৰত অৰা চাৰিখন খাটোলাত বাহ যতৰৰ ভাউৰীত যুবাদি ঘূবি কবা ধেমালি। একোখন খাটোলাত দুই-তিনি জনকৈও বহিব পাৰি। আৰু কেৰেপীয়া কাঠ তিনিচটাকৈও লগাই নাগৰদোলাত ছকৈও খাটোলা আঁৰা যায়। এই ধেমালিৰ প্ৰচলন পছিমাঞ্চলত বৰ প্ৰলে। (৩) ফাকু-খেলত এই বুলি এটা হোল-নাম গোৱা অদ্যাপি শুনা যায়; যেনে- “গৰখীয়া লা ই, বজাৰ জীয়াৰী মই, কিয় চকুতে মাৰিলি ফাকু”। এনে হোল শীতে ইয়াকে সঙ্কেত দিয়ে যে, দোলনযাত্ৰা প্ৰৱৰ্তাই কৃষ্ণই সাম্যভাৱ বিস্তাৰ উদ্দেশ্যে মুনিহ-তিনোতা, লৰা-ছোৱালী, সৰু-বৰ, একেলগে সকলোৰে সৈতে সমানে ফাকু খেলিছিল। “গৰখীয়া লব” বুলি বৃন্দানব শ্ৰীকৃষ্ণক লক্ষ্য কৰা হৈছে। গীতটো আধুনিক হেতুকে তাত “ৰজাৰ জীয়াৰী”ৰ অভিমান ফুটি ওলাইছে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭৯
অৱয়ব