SOG পূৰ্ণবাস। নাচনীসকল উলাতি যদিও, বিচলিত নয়। আগৰেই গোপিকা- মোহন বংশীবনে একাঢ়ি নিয়া সুৰেৰে গট, বজাৰলৈ ধৰিলে, নাচনী গোপিকানগুলীয়ে আপোন-পাহৰা হৈ নাচিবলৈ লাগিলে। একেদৰেই গোপীনাথ মুৰুলীধৰে হিয়ানচু গটেৰে মুৰুলী বজাৰলৈ ধৰিলে, মৰলতা গোপিকাসকলে তাৰ চেৱে-চেৰে উৰুলীত হৈ নাচিবলৈ লাগিলে। ৰাধানাথ মূলধৰে গুগুৰকৈ উদগনি বোলেৰে মুৰুলীত ৰগৰ দিয়ে, কেন্দ্ৰত গৈ মিলি চেও থৈ থৈ ৰাধিকাৰৰ্গে আনন্দত উধাও হৈ চেও ধৰি ধৰি নাচিবলৈ ধৰে। ছেদে-ছেলে ছেগমতে পেঁপা আৰু তাওবাহী মনমোহা সুমধুৰ মুৰত বাজি উঠে, সদৌ গোপিকাই কৃষ্ণৰে সৈতে সম্মিলিত হৈ ডিঙ্গি-ধৰ ধৰিকৈ নাচোন ধৰে। উকা নাচানব পাচত গীতি-নাচ, আৰম্ভ হল। কৃষ্ণই লগাই দিয়ে, গোপিকাই ধৰে; গোপিকাই এৰোতেই কৃষ্ণই ধৰে; এই নিয়মে ধাৰ নিছিগা গীতে ৰাসমণ্ডল ভেদি বৃন্দাবন প্ৰতিধ্বনিত কৰে। শুনি শুনি পানীৰ মাছ, বনৰ পহু, গছৰ চৰাই তবধ লাগে। কদমৰ তলত একাণপতীয়াকৈ শুনি শুনি সাধু হলধৰ ভাবত তন্ময় হয়। এই ধৰণৰ পূৰ্ণৰাসৰ নাচোন চাই চাই আৰু গীত শুনি শুনি পূৰ্ণচন্দ্ৰ ক্ৰমাৎ ভটিয়াবলৈ ধৰিলে। গতিকে, সিমানতে তাৰ সামৰণি মাৰি শ্ৰীকৃষ্ণই সাম্যভাবৰ চাব ডাঠ, কৰিবৰ অভিপ্ৰায়ে ঐক্যতানৰ গিৰ্জনি মৰা গীতৰ অৱতাৰণ কৰিলে। সেই অৰ্থে, তেওঁ পলিবাট প্ৰত্যেক গোপিকাৰে সৈতে ৰাধাকৃষ্ণৰ (১) যোৰা পাতি লৈ হৰিকীৰ্ত্তনৰ নাম (১) কৃষ্ণ-যৌবালা এই “বাধা কিন্তু আধুনিক বৈষ্ণৰ কৰিৰ সৃষ্ট ৰয়াণ বা ‘জয়াণৰ স্ত্ৰী ৰাধা নহয়। বিষ্ণুপুৰাণ, হৰিৰ, খন্তাগৰত আৰু ফুল-পুৰাণ এখনতো ‘ বাণ বা আয়নৰ নাম গাও নাই।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬৪
অৱয়ব