পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ গাই দিয়ে, ৰাকী আটাই বলাকে সমৰে সেই নাম দোহাৰিবলৈ ধৰে। এই নিয়মে বাসমঞ্চত উপস্থিত গোপিকাসকলৰ এত্যেককে একোবাৰকৈ “ৰাধিকাৰ” ভাও-বাব ধাৰণ কৰিবলৈ ছেণ দি, কৃষ্ণই সিবিলাকৰ মাজত সাম্যভাব সংস্থাপন কৰি, ৰাসলীলা’ৰ ঘাই উদ্দেশ্য সাধন কৰিলে। এনে কি, পতিপুত্ৰ এৰি আহি ৰাসলীলাত যোগ দিবলৈ অপাৰগ হোৱা গোপিনীয়েও সেই সুখ অনুভৱ কৰিছিল (২)। ইয়াৰে সৈতেই অমৰবাঞ্ছিত ৰাসলীলা “মধুৰেণ সমাপয়েৎ” কৰি, উষা-পোহৰত গোপিনীসকলক ঘৰঘৰি বিদায় দি, ৰামকৃষ্ণ হৰিষ চিতেৰে আনন্দভৱন নালয়লৈ উলটি আছিল। (২) “অন্তগত কাশ্চিদোপপ্যালবিনিৰ্গমা। কৃষ্ণং তত্তাবনাযুক্ত ধুমীলিতলোচনা।” —মাগৱত, দশমস্কন্ধ, ২৯ অধ্যা, (ৰাসপাধ্যায়, ১ম আধ্যা) ৮ম শোক। অৰ্থাৎ, যি সকল গোপিনীয়ে পতি-পুত্ৰাদিক এবি গৈ ৰাসমত আকৃষ্ণৰ লগত বেগ দিবলৈ নোৰিলে, সিবিলাকেও ঘৰতে থাকি পঠিত পৰি চকুমুদি ততচিত্তেৰে শ্ৰীকৃষ্ণৰু ধ্যান কৰিবলৈ ধৰিলে।