ৰাস-পূৰ্ণিমা। বহুচীয়া শ্ৰীকৃষ্ণই নানা তৰহৰ নন ৰংধেমালিত গোপিনীসকলক লগাই লৈ নিজে নেতাৰ কাৰ্যত নিয়োজিত হল। শেহান্তৰত, গোপিনী- মোহন গোপালে তেওঁৰ অতি প্ৰিয়কাৰ্য্য গৰখীয়া-ধেমালিত ধৰিলে। “প্ৰতদেহিং পাপকৰ্ষণং তৃণচনুগং নিকেতন। ফণিফৰ্পিতং তে পদাজং কৃণু কুঁচেষু নঃ কৃষিহৃচ্ছ।” -দস্তাগৱত, দশম স্কন্ধ, ৩১ অধ্যা, (বাসপাধ্যায়, আখা) ৭ম শোক। অৰ্থ-হে কৃষ্ণ! তোমাৰ যি চৰণে প্ৰভজনৰ পাপ নাশ কৰে, যি চৰণে গৰখীয়া হৈ বিচৰণ কৰে, যি চৰণত মহালক্ষ্মীৰ স্থিতি, যি চৰণ নাগজ কালিয়ব শিৰত অৰ্পিত হৈছিল, সেই চৰ-কমল কামাসৰ স্তনৰ ওপৰত অৰ্পণ কৰি অন্তৰৰ কামভাব নাশ কৰি দিয়া। এনেই তো কৃষ্ণ ১১ বছৰীয়া শিশু, তাতে কৃষ্ণ-অনুক্ত গোপিনীসৱৰ এনে সৰল অমায়িক আৰু ঐশ্বৰিক ভাব! ইমানতো বি শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ অশুচি ভাৱে চায়, তেওঁৰ অন্তৰেই হে অশুচি, তেওঁৰ চিত্তশুদ্ধি বা কৰাও বৃথা! গোপীসৱৰ মতে গোলোকৰ আৰ্হিৰে শ্ৰীকৃষ্ণই মৰ্ত্তৰ বৃন্দাবনত ৰাসমঞ্চ পাতি নায়ক হৈছে যেতিয়া, তাৰ অৱশ্যে নায়িকাও আছে বা থাকিব লাগে। বিশেষ, ৰাধা-সাযোগে “শ্ৰীকৃষ্ণ, ‘বাধা-বিয়োগে অকল “ক” হে, তাত ও নাখাকে। এতেকে, গোলোকৰ আৰ্হিৰে গোকুলৰ শ্ৰীকৃষ্ণই অৱতাৰণা কৰা ৰাস কপি ৰাধাশূন্য হব নোৱাৰে। এই সৰল বিশ্বাস মজি, ৰজৰ গোপিনীসকলে সিবিলাকৰ ভিতৰত বৃন্দাবনত ৰাণ মেষ কৰিবলৈ ধৰিলে,কালতাৰ্থত যি গোপিনীত কৃকাসক্তি অত্যধিক এৱল, অথবা যি গোপিনীৰ প্ৰতি কৃষ্ণানুগ অত্যধিক উঠবেন দেখা যায় বা বুজা যায়, তেওঁৰুে সিবিলাৰুে ৰাধা বা থিকা বুলিবলৈ ধৰিলে। সেই নিয়মেই সেই পূৰ্ণিমা ৰাতি ৰাসোৎসৱত ৰাধাকৃষ্ণ অভিনীত ৰলৈকে ৰাকী মল।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫২
অৱয়ব