পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ। ১২২ ওপৰত উকিউৱা নিয়মে শ্ৰীকৃষ্ণৰ মোহন বেণু-বাঁহীমুলী-লাউ- বহীত বিবিধ গট-ভজিৰ চেৱে চেৱে বিস্তাৰ গীত-নাচ হোৱাৰ ওপৰঞ্চি অৰ্থ-হে পৰমপুৰুষ! তুমি কালিয়ৰ বিষময় জলৰপৰা, সৰ্পহেন অনুৰৰ পৰা, ইন্দ্ৰৰ বায়ুবাবজ্ৰপাতৰপৰা, বৃষৰূপী অবিঃবপৰা, ময়পুত্ৰ ব্যোমাৰৰপৰা, ইয়াত বাজেও শত-সহস্ৰ ভয়ৰপৰা আমাক ৰক্ষা কৰিছা। নহলে নো পালিত মাতৃ যশোদাৰ সমনীয়া গোপিকায়ো কৃষ্ণপ্ৰেমত উন্মাদিনীৰ নিচিনা হৈ ৰাসমঞ্চলৈ ঢাপলি ধৰে নে? নহলে নো এঘাৰ বছৰীয়া কৃষ্ণ কুমাৰৰে সৈতে একাণ বছৰীয়া গৃহিণী-গোপিকাই বৃন্দাবনৰ ৰাধিকা’ হৈ যোৰা পাতিবলৈ ধাউতি মেলে নে? আৰু, নহলে নো বৃন্দাবনৰ বাসমঞ্চত সাক্ষাৎস্বৰূপে “বত ৰাধ। তত কৃষ্ণ,” “যত গোপিকা তত ৰাধিকাৰ আবিৰ্ভাব কৰপৰা হব? সৰল গোপ- গগাপিনীৰ সেই আধ্যাত্মিক ধাবা কৃষ্ণৰ বাবাই স্বীকৃত হলেও, তাত সত্যতাৰ সচ নোহোৱা নহয়। কিয়নো, মানবাত্মা পৰমাত্মাবেই আংশিক বিকাশ মাখোন; বি মানবাত্মাত সেই পৰমাত্মাব প্ৰকৃতি যিমান বিশালকৈ বিকাশ পায়, তাত সিমান প্ৰচুবকৈ ঈশ্ববত্ব আৰোপ কৰা যায়। শ্ৰীকৃষ্ণচৰিত্ৰ সেই যুক্তিৰ অতীত নহয়। যেনে-“ন খলু গোপিকানন্দনো ভবানখিলদেহিনামন্তবাত্ন। বিখনসাৰ্থিতো বিখগুগুয়ে সখে উদেয়িবা সাত্বং কুলে।” -মগবত, দশমস্কন্ধ, ৩১ আধ্যা (ৰাসপঞ্চাধ্যাৰ, ওযু আখ্যা) ৪ৰ্থ শ্লোক। অৰ্থ-হে সখি! তুমি নিশ্চয় গোপনাৰীৰ পুত্ৰ নোহোৰ॥ তুমি সমস্ত জীবাত্মাৰ অন্তৰ্যামী পৰমাত্মা; সৃষ্টিকৰ্তা ব্ৰহ্মা প্ৰাৰ্থনাত মাথোন যদুকুলৰ বৃষ্ণি- কত জন্মগ্ৰহণ কৰিছা। ৰগৰ গোপ-গোপিনী আৰু সদৌ বৃন্দাবনৰাশীৰ ধুপ বিশ্বাস যে, কৃষ্ণ বিষ্ণু অৱতাৰ। এইটোও সিবিলাকৰ বিশ্বাস যে, বৃন্দাবনত ৰাধা-কৰ ৰাসমঞ্চ গোলোকৰ লীনাৰায়ণৰ ৰাসমঞ্চৰ প্ৰতিবিম্ব মাখোন। গোপিনীসকলে স্বৰূপতে কৃষ্ণক বৈকুণ্ঠৰ সমীপতি শ্ৰীকৃষ্ণ বুলি হয়ত গভীৰ ভাব লৈ হে তেওঁৰ প্ৰতি অমায়িকভাৱে আসক্তি ৰাখিছিল। যেনে-