ৰাস-পূৰ্ণিমা। বাপেক, ককাই-ভাই হাক-বচন পেয়ে উত্ৰাৱল হৈ ৰাসমঞ্চত উপস্থিত হয়গৈ, সেই দৰেই বয়সীয়া গৃহিণীসকলেও হাতৰ কাম-কন এৰি আৰু কোলাৰ কেঁচুৱা পেলাই থৈ উধাতু খাই গৈ ৰাসমঞ্চত যোগ দিয়েগৈ (১)। (১) (ক) বিষ্ণুপুৰাণ, পঞ্চম খণ্ড, ১৩–১৫ আখ্যা। (খ) হবিবংশ, বিষ্ণুপ, ৭৭ আখ্যা। (গ) শ্ৰীমন্তাগৱত, তৃতীয় অন্ধ, ২য় আধা ১৪ শ্লোক। ইয়াৰ কাৰণ কি?-কাৰণ আন একো নহয়; কেবল জৰ গোপ-গোপিনীৰ কৃষ্ণভক্তিৰ উত্তেজনা। শ্ৰীকৃষ্ণই যি বুলিয়েই চিনাকি দিয়ক লাগে, তেওঁৰ অলৌকিক কাৰ্যৰ নিদৰ্শন পাই তেওঁক সিবিলাকে ঈশ্বৰৰ অৱতাৰ বুলি ধুপকৈ মানে; তেওঁক ভক্তি কৰিলে সাক্ষাৎ ঈশ্ববক ভক্তি কৰা বুলি ভাবে। অতি সাধাৰণ দৈহিক আৰু মানসিক শক্তিসম্পন্ন অলৌকিক প্ৰতিভাশালী অদ্ভুত মানৱ-সন্তান শ্ৰীকৃষ্ণব চিন্তা আক কাৰ্য্যৰ ফললৈ লক্ষ্য কৰি ৰজব গোপিনীবৰ্গে তেওক সাক্ষাৎ ঈশ্বৰৱতাৰ ভাবিয়েই তেওঁৰ প্ৰতি ইমান ধাউতি বাখিছিল, আৰু সেই ভাব প্ৰকাশ কৰিবলৈকো বাকী নথৈছিল। যেনে- (ক) “জয়তি তেহধিক জন্মনা ৰজঃ শ্ৰয়ত ইন্দিৰা শৰত্ৰ হি। দয়িত দৃশ্যতা দি তাৰকায়িতাসবং বিচিম্বতে।” -ভাগৱত দশম অন্ধ, ৩১ অধ্যা (বাসপঞ্চাধ্যায়, তৃতীয় অধ্যা) ১ম লোক। অৰ্থ-হে কৃষ্ণ! তুমি ইয়াত জন্মিছা কাৰণেই ব্ৰজভুমি সদৌ পুণ্যভূমিৰ শীৰ্ষস্থানীয় হৈছে; সেই কাৰণেই সৌন্দৰ্য্য আৰু সম্পদশৰূপে মহাসমীয়ে ইয়াত স্থিতি কৰিছে। হে প্ৰিয়তম, তোমাৰেই গোপিনীবৰ্গে তোমাৰ নিমিত্তেই প্ৰাণ ধৰি তোমাকেই বিচাৰিছে, এবাৰ মুখলৈ চোৱ॥ (খ) “ বিলগ্যালৰক্ষাৰৰষাৰুবৈদ্যনলাৎ। বৃনয়াৰিষতে ভয়াৰত তে বৰতি মুহ।” মতামত শিম ৩১ অ্যা (ৰাসায় খ) লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫০
অৱয়ব