পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় ছেদ। ৰাস-পূৰ্ণিমা।# শৰৎ ঋতুৰ ভৰপক (১) কাতি মাহৰ ফটফটীয়া পূৰ্ণিমা ৰাতি। মনোময় বৃন্দাবনৰ গুটিলগা গছ, পাতধৰা লতা, ফুলমেলা কুবিন, শ্যামবৰণীয়া তমাল, সেউজীয়া বকুল, সুগন্ধি শেৱালী, ফুলাম কদম, ঘনশ্যাম দুবৰি ইত্যাদিৰ ওপৰত পৰা পূৰ্ণিমা-জোনৰ নিৰ্ম্মল পোহৰে এটা অনিৰ্বচনীয় স্নিগ্ধ শোভ ফটফটীয়াকৈ তুেিছ; চিৰনিৰ্ম্মল যমুনাই বুত পূৰ্ণচন্দ্ৰক হঁহঁৱাই নচুৱাই শান্তিময় সুৰেৰে কু-কুলকৈ বৈ গৈছে; প্ৰাণজুৰোৱা সুধীৰ সুশীতল মলয়াই সুগন্ধি পদ্মফুলৰ

  • (ক) বিষ্ণুপৰা, ৫ পঞ্চম খণ্ড, ১৬–১৭ আখ্যা।

(খ) হৰিবংশ, বিষ্ণুপ, ৭৬-৭৭ অধ্যা। (গ) মাগৰত দশম , ২৯–৩৩ আখ্যা। চাকাকাৰ পণ্ডিৎসকলে ভাগৱতৰ ৰাসলীলা বৰ্ণনা বাহুল্য বুলিছে যদিও, তাৰ সেই মেইআধ্যাৰ কৰিবৰ মোহ এৰিবলৈ সত নাযায়। গতিকে ভাগৰতৰ ৰাস- পাধ্যায়”ৰ আভাস এই পুথিৰ ৰাসলীলা বৰ্ণনাত পাই ঘন কৰি দিয়া হৈছে। অন্যে, তাৰ প্ৰক্ষাপ্ত ভাগ বাছি আঁতৰ কৰি থৈ, প্ৰকৃত কৃষ্ণ বুৰঞ্জীত এই পিৰলগীয়া খিনিতে এই পুখিৰ বুকুত নিক্ষিপ্ত কৰা হৈছে। (১) শৰচ্ছশিকৰৈমানন্দ ৰজনীমুখ। গল লগৰ ৰেমে না যাও।” গত, অ, আ, ৩০লেক। অংশৰতৰালৰ পূৰ্ণিমা জোনৰ জ্যোতিত শেষনিশ অভিজুৰ আৰু শত কে এ কৰি, এই সততে বসবা গীত গাই আৰু গাছোলা হাই গোপিনীৰ লৰ মাত লোহলৈ ৰাসলীলা তিনি।