পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৭ ৰাস-পূৰ্ণিমা। সৌৰভ বিবৰিকৈ বৈ আনি গোটেই বৃন্দাবন গোন্ধত আমোলমোল কৰিছে। এনে মিঃ শোভামণ্ডলৰ মাজত প্ৰকৃতিৰ সমপূণ সমলেৰে সুসজ্জিত ৰাসমঞ্চ কেপে শোভিছে। এনে মলত, এনে সুসময়ত, এনে মিঞ্চ সৌন্দৰ্যৰ সন্মিলনত নীলাম্বৰ আৰু পীতাম্বৰ ৰাম আৰু কৃষ্ণ বিতোপন সাজেৰে সাজি আহি ৰাস-মণ্ডপৰ নিকুঞ্জ-দুৱাৰত উপস্থিত হলহি। উল্লিখিত শোভা-সৌন্দৰ্যৰ সম্মিলিত জেউতিয়ে ততালিকে মণ্ডপৰ দুৱাৰত আবিৰ্ভাব হোৱা সেই ৰাম কৃষ্ণ কেন্দ্ৰৰূপে থিত, দিলে,-সোণত সুৱগা যেন হৈ সেই শোভাই-সৌন্দৰ্য্যে মিলি পৰিল, বৃন্দাবনত অমৰাৱতীৰ শোভা প্ৰতিভাত হল। যথাসময়ত ৰাম-শিঙ্গাৰ ঘোষণ উৰিল। লগে লগে অনুগামী কৃষ্ণ বেণুৰ আহ্বান চৌদিশে বিয়াপি পৰিল। শ্ৰীকৃষ্ণই এটিৰ পাচত আনটিকৈ চেও সলাই সুৰ সলাই নাৰীৰ মনমোহা ৰছ৷ ৰছা গটগীত ফুটাই মোহন বেণু বজাবলৈ ধৰিলে, আৰু ইজুমৰ পাচত সিজুমকৈ পোন্ প্ৰথমে গোপিনী-কন্যাবিলাক নাচি-গাই জুমে জুমে চাপি সাজু হলহি। তাৰ পাচত, এটিৰ পাচত আনটিকৈ গোপিনী-গৃহিণীসকল উত্ৰাৱল খোজেৰে আহি ৰাসমঞ্চ ভৰি পৰিলহি (১)। যথাক্ষণত, সম্মিলন (১) ৰাসোৎসৱৰ আৰণতে গোপগৃহিণীসকলক নিজ নিজ ঘৰলৈ উলটি যাৰলৈ কৃষ্ণই বাংলা অনুবোধ কৰে, আৰু সেই ছেগতে আজন্ম ধৰ্মনীতি নাবালক কৃষ্ণই সিবিলাকক গোটাদিয়ে গৃহধৰ্মৰ সাৰুৱা উপদেশ দান কৰে। যেনে- (ক) “জগে থোৰৰূপা ঘোস নিবেবিতা। এতিত ৰং হে হেভি মধ্যমা।” -মগবত, শ, ২ অখ্যা, (ৰাসপাধ্যায়, মা) ১শ। অৰ্থ:-এতিয়া ৰাতিৰ কাল, তা সময়; হিংশ্ৰ অববাবে ইলিলে ঘুৰিব লাগিছে। এ কী! এনে সয়ত নাৰীতি ইয়াত থকা নীয় নহয়। এতেকে, তোমালোক ঘৰলৈ উটি বেগ।