পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰিষ্টাৰ বধ। উঠি বহি দুই পাৱেৰে তাৰ কাণসটাত খোপনি পিটি লৈ, দুহাতে দুই শিঙ্গত ধৰি জোকাৰি জোকাৰি, এপাকত তাৰ ডিজি পাক কোৱাই তাক মাটিত পেলাই হেচি ধৰিলে, আৰু তাৰ বাওঁ শিলৰ ছোলা উভালি লৈ তাৰেসৈতে তাৰ ঠোঁতৰাত কোবাই, শ্ৰীকৃষ্ণই সেই অনুৰ যেন মেঠোনটো তাতে হেলাৰণে বধ কৰিলে। ইয়াকে অৰিষ্টাৰ বধ” বোলে।