ব্ৰজৰ গোপগোপিনীক দেহগঠনৰ শিক্ষা দিছিল (১)। চালুকীয়া কৃষ্ণ চলন-ফিৰণ অনুসৰণ কৰি সিবিলাক পৰিচালিত হৈছিল। চেলে কৃষ্ণ নেতৃত্ব নি গৰখীয়া-বাহিনী!২) গঠিত হৈছিল। চেমনীয় কৃষ্ণৰ উপদেশ মানি সদৌ বৃন্দাবনবাসী ধৰ্ম্ম-অনুষ্ঠানাদিত একাচিতীয়া হৈ চলিছিল। শ্ৰীকৃষ্ণৰ যৌৱন আৰু ভদহীয়া বয়সত সমস্ত ভাৰতে তেওঁক গত-গুৰু নেতাপে মানি ৰাজনৈতিক ক্ষেত্ৰত অৱতীৰ্ণ হৈছিল। (৩) SO (১) ধৰ্মোৎসবাদিত নৃত্য-গীতাদি আনন্দক্ৰীড়াৰ লগে লগে যে ভোজনাদিৰো পাৰ্যমানে আয়োজন হোবা উচিত, শ্ৰীকৃষ্ণব এই প্ৰকৃতি-পূজা অনুষ্ঠানত তাৰ বিশিষ্ট প্ৰমাণ পো যায়। আজন্ম শান্ত স্বভাৱপণ্ডিত শ্ৰীকৃষ্ণই যে দেহ আৰু মন দুইৰৰ সমান পুষ্টিসাধনলৈ সমানে লক্ষ ৰাখিছিল, ই তাৰ এটা জ্বলন্ত পটন্তুৰ। শ্ৰীকৃষ্ণ নিজেও ভোজনপ্ৰিয় পুৰুষ আছিল। যি যি সামগ্ৰী ভোজন কৰিলে দৈহিক বল বৃদ্ধি হয়, সেই সেই সামগ্ৰীত শ্ৰীকৃষ্ণব সৰুৰেপৰা ৰুচি প্ৰৱল। সেই হে যশোদানন্দন ‘মাখন-চোব’ নামেৰে বিভুষিত হৈছিল।সবল ভোজনৰ বলত হে শ্ৰীকৃষ্ণ সকালৰেপৰা দৈহিক বলৱন্ত মানব আদৰ্শ পুৰুষ আছিল। তাৰ গুণত হে শ্ৰীকৃষ্ণই কোমল বয়সতে পৈণত বয়সীয়া মানুহৰ অসাধ্য সাধনত অদ্ভুত ক্ষমতা দেখুৱাই জনসাধাৰণৰ মনত বিস্ময় জন্মাব পাৰিছিল। (২) সংসপ্তক বা নাবায়ণী সেনা। কুৰুক্ষেত্ৰ যুদ্ধৰ সংসৰ্গত ইয়াৰ বহুল বৰ্ণনা দিয়া বাৰ। (৩) এই হেগতে চাবলৈ বেচ চল লাগিছে যে, শ্ৰীকৃষ্ণৰ আলৌকিকতা বা অতিপ্ৰাকৃতিক ঢাকিবলৈ সময়ত লৌকিকতা ঢাকনিৰ নাটনি পৰে। সেই সময়তে সি এজৰ গোপ-গোপিনীৰ চকুত চমক লগায়; আৰু মাজে-সময়ে সিবিলাকে সেই বিষয়ে নকও বুলিও মনোৰ অকমাতে কৈ পেলায়, নাইবা অতৰ্কিতভাৱে সৰল বিশ্বাস ব্যক্ত হৈ পৰে। সি বি হওক, কৃষ্ণৰ অসামান্য প্ৰতিভা বিকাশে যে জনসমাজৰ প্ৰাণত চৰু লগাইছিল তাত সয় নাই। আৰ সেই বাবেই যে বাড়িতে তেওত ৰত্ব জাৰোপ কৰা হৈছিল তাতে সন্দেহ নাই।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২৯
অৱয়ব