গোবৰ। কৰিলে (১)। বাততে, কৃষ্ণৰ প্ৰতি গোপবৰ্গৰ প্ৰেম, ভক্তি আৰু বিশ্বাস ইমান গভীৰ আৰু প্ৰৱল যে, তেওঁৰ সেই একেষাৰ উপদেশ বাক্যেই গোপসকলৰ আন্তৰিক ধৰ্মভাব আৰু অতি পূৰ্বপুৰুষৰ পৰা চলি অহা ৰীতি-নীতি লুটিয়াই পেলালে। সিবিলাকে মহোল্লাসেৰে হাতত লোৱা ইষজ্ঞৰ আয়োজন ততালিকে সলাই, তাক গোৱন্ধন গিৰিপূজালৈ আগ কৰিলে; আৰু সেই অনুসৰি মহা আড়ম্বৰেৰে গোৱৰ্জনগিৰিত “গোযজ্ঞ” নামে প্ৰকৃতি-পূজা (২) আৰম্ভ হল। তাৰ পাচৰপৰা সেই উদ্দেশে গৰু-গাই.আৰু দুখী-দৰিদ্ৰ আদিক পাৰ্য্য- মানে খুউৱা-ধুউৱা, সাধু-গু, পশু-সেৱা আদি ৰীতি পালন কৰা হল। সেই অনুসৰি, একেৰাহে তিনদিন-তিনিৰাতি গোপ-গোপিনী আৰু সিবিলাকৰ লৰা-ছোৱাণী সমন্বিতে সদৌ এজবাসী বিচক্ষণীয় গিৰি-গোৱৰ্জনৰ পদত সমবেত হৈ আনন্দ-উৎসৱত আপোন-পাহৰা হল। শশকৈ ছাগ-বলি, মেৰ-বলি, চেউৰীগাইবলি আৰু মহ-বলি পৰিল; বিবিধ খোৱা-বন্ত আৰু আহাৰ-পাতি গোটোৱা হল। অপৰ্যাপ্ত গাখীৰ, দৈ, মাখন, বিউ, ক্ষীৰ নৱনী, মিঠে আদি যুগুত কৰা (১) হৰিবংশ, বিষ্ণুপ, ৩৩ পৰিচ্ছেদ কৃষ্ণৰ শাস্ত্ৰজ্ঞান যে স্বভাবসিদ্ধ তেওঁ যে আজন্ম প্ৰকৃতিপূজক, আৰু পৰমাত্মাব বিভুতিৰ গুণ এই পৃথিবীত উপলব্ধি কবোৰাই যে তেওঁৰ জীৱনৰ মহাৰত আছিল, এয়ে ভাব বিশিষ্ট প্ৰমাণ। (২) এই গে-গিৰি পূজাকে, পাচত, শ্ৰীকৃষ্ণৰ গীতাসুৰেৰে প্ৰচাৰিত ধৰ্মৰ অঙ্কুৰ বোলা যায়। বৰ্থাস্থানত এই অনুপম মহাধৰ বহুল ব্যাখ্যা দিয়া হব। তাৰ পৰাই বুজা যাব যে, কৃষ্ণৰ গীতা বিট প্ৰকৃতি-পুজাত যাতে আন একো নহয়। প্ৰকৃতি যে পৰমেশ্বৰ প্ৰত্যক্ষভাবে প্ৰতিভাত হয়, গোন-গিৰিপূজাৰ নন্দৰাজৰ “গোষ তাৰ ভাল মাখোন।শগত, তৃতীয় , ১ম অধ্যা, ৩০ কে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২৬
অৱয়ব