PLEASE HANDLE THE BOOK CAREFULLI. । আধ্যা। প্ৰথম ছেদ। ইযজ্ঞ ভঙ্গ আৰু গোযজ্ঞ প্ৰৱৰ্তন।# বাৰিষাৰ অৱসান আৰু শৰতৰ আৰম্ভণ (১)। এই জুৰ বতৰীয়া ঋতু-সলনিৰ দোমোজাত প্ৰকৃতিয়ে সাজ সলাই নিৰ্মন ৰূপ ধাৰণ কৰিছে। জীৱ-জন্তুবোৰৰ গাত স্বভাৱতে উলাহৰ ৰাগি লাগিছে। সদৌ নৰ-নাৰীয়ে নিজলীয়া ভাবত বছৰৰ গধুৰ কৰ্তব্য কামলৈ মন মেলিছে। পৰিশ্ৰমৰ পাচত বিশ্ৰাম, আৰু বিশ্ৰামৰ পাচত পুণ্য মনস্কাম সাধনাৰ আয়োজনে কৰ্মক্ষেত্ৰ আৱৰি ধৰিছে। তাৰ নিদৰ্শনস্বৰূপে ওপৰত মেঘ-ই নিৰ্ম্মল আকাশমণ্ডল তৰাফুলেৰে কম; তলত প্ৰফুল্ল পদ্মফুলেৰে সুশোভিত সৰোৰ সুখি আৰু গম্ভীৰ। তত্ত্বজ্ঞানী যোগীৰ গভীৰ অন্তৰ তথ্যভেদী ভাবে স্পৰ্শ কৰাৰ দৰে, সুবিল বিলৰ পানীয়ে যেন পাৰৰপৰা চাপ খাই গৈ কৰ্তব্য সাধনাৰ ডাঠ, ভাবেৰে কুমুদ মুম্বাই ধৰিছে। বংশৰ মাজৰ সাধুজনৰ গৌৰৰ বঢ়াবৰ অৰ্থে যিৰূপে আত্মীয়-স্বজনে সেই গুৰিয়ালক আগুৰি ধৰে, জোনাক ৰাতিৰ জেউতি সাৰৰ অৰ্থেও যেন সেইপে তমণ্ডলীয়ে 'চন্দ্ৰক আধি খৰি। বোগ অজয়দেশসকেন গোপাজ দিলোত্তমৈ। বিত্ত চোৰোভাৰ চিকীৰ্ষ : সবিহু।” গত, তৃতীয় ঋ, প্ৰথম অধ্যা, লোক। (১) মাগত, দশম স্ক, ২০ আধ্যা, শৰৎ বলি।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২২
অৱয়ব