পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

an2 জীৱ-জন্তু এস কৰিব লাগিছে। চাওঁতে চাওঁতে দেখা গল যে, গৰু- পোৱালি এটা খোদ নি নি সৰু গৰখীয়া লৰা এটিও অগৰৰ গৰ্ভত সোলগৈ। তাকে দেখি, লগৰীয়া আনবিলাক গৰখীয়াই ভয়ত বিল হৈ কোচাল লগাই উঠিলে। এনেতে, শ্ৰীকৃষ্ণ পিচৰপৰা লৰি আহ আগ হলহি। তেওঁ গৰখীয়াবৃন্দক অভয় দি, আৰু সিবিলাক পিচ পেলাই লৈ, অতি মিঠা অৰেৰ লাও-বাহী বজাবলৈ ধৰিলে। শ্ৰীকৃষ্ণ বাঁহীৰ সুৰ শুনি শুনি অজগৰে মুখ মেলা ভাগেই চকু পিৰিকাবলৈ ধৰিলে। সেই ছগতে মেল-খোৱ মুখৰ মাজত এভোব দুইমূৰে জোঙ্গলা বাঁহ তাৰ মুখৰ ভিতৰত তালু আৰু তাৰ টোটোলাত লগাই ঐকৃষ্ণই অজগৰৰ মুখ পাব নোৱাৰ কৰি লৈ, তাৰ পিঠিত উঠি বাহী বজাই ঢপালি পিটি নাচিবলৈ ধৰিলে; অজগৰে সেই চপালপিনি সহিৰ নোৱাৰি হোলোকা-হোললাকে তেজ বঁটিয়াবলৈ ধৰিলে। সেই বাটিত অন্যান্য বস্তুৰ লগতে জীয়াই জীয়াই গৰু-পোৱালিটোৰে সৈতে গৰখীয়া লৰাটি ওলাই আছিল। দেখি, লগীয়া গৰখীয়াবৃন্দৰ আনৰ সীগ নাথাকিল। তাৰ পাচত, শ্ৰীকৃষ্ণই সেই অগুৰক খুচি-কাটি-গছকি বধ কৰি, বৃন্দাবনৰ সেই ৰ্য উপবন নিৰাপ কৰি, গৰু-গাই চপাই লৈ লগৰীয়া গৰখীয়া আৰু অশ্বজ বলৰামৰে সৈতে গোপ-উপনিবেশলৈ উলটি আহিলে। ইয়াকে “অসুৰ বধ” বোলে। এই ঘটনাৰপৰা গৰখীয়াবৃক্ষই মুখে-মুখে কৃষ্ণ ভক্তি বৃন্দাবনৰ চৌদিশে চতুনকৈ বিয়পাই তুলিলে। কৃষ্ণৰ অসাধ্য একো নাই” এই কথা বৃন্দাবন বিয়পি পৰিল।