পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অধৰ বখ। পানীহাহৰ পাতি ধৰিছেগৈ; কোনোৱে ৰ পদুমৰ চকা ছিলি আনি তৃপ্তি পলুৱাই খাবলৈ ধৰিছে; কোনোৱে বা পমনলা তুলি আনি পাবহি লাগিছে; কোনেৰে গছৰ ছাঁত পদুম পাতৰ পটী পাৰি শুইছে। কোনোৱে ৰা নাৰি উঠি কঁপি কপি গাৰদাইছে। এইদৰে গৰখীয়া- বলে উলীকৃত হৈ বিবিধ ৰং-ধেমালি কৰে, শ্ৰীকৃষ্ণই লগে লগে কেতিয়াবা খেলে, কেতিয়াবা হহে, কেতিয়াবা বী বজাই আপোনা- আপুনি নাচে! এনেতে, বলৰামৰ ৰাম-শিঙা বাজি উঠিল;- আটাইটি চাপিকুচি আহি ভোনত বহিলহি। ভোজনতো ৰামকৃষ্ণক মাজত লৈ অময়িক গৰখীয়ালৰ অপৰ আনল। ইটিতে সিটিৰ পাতৰ পৰা চুৰ কৰি নিয়ে, সিটিয়ে ইটিৰ মুখৰপৰা থপিয়াই কাঢ়ি খায়। কোনোৱে ভাল মিঠা বস্তুটি পালে আগ ধৰি কৃষ্ণৰ মুখত এড়োখৰ দিয়েহি, আৰু কৃষ্ণই অতি হেপাহেৰে খোৱা দেখি আনন্দত উলীকৃত হয়; কোনোৱে বা তেনে মিঠা খাদ্য কৃষ্ণৰ মুত দিবলৈ পাহৰি আক্ষেপ কৰি উঠ; কৃষ্ণই আকৌ চা চাওঁ বুলি সেই লৰাৰ মুখৰ পৰা আনি আধাখোৱা দ্য হাঁহি হাঁহি পাহৰণত খোৱাদি খাই তাৰ আক্ষেপ পাহৰায়। এইদৰেই গৰখীয়াহুল মহা আনন্দেৰে আবেলিৰ জলপান ভোজন কৰিবলৈ ধৰিলে। ভোনৰ পাচত অলপ জিৰণি লওঁতেই অৰেলি হল, বলৰাৰ ৰাশিঙ্গা বাজি উঠিল; গৰখীয়াবিলাকে গৰু-গাই আগছি আনিবলৈ দিহাদিহি যাবলৈ ধৰিলে। শ্ৰীকৃষ্ণ কিন্তু আগ নহল; কি জানো কি ভাবি-গুণি তেওঁ পিচৰপৰা সতৰ্কভাৱে কেইপিনে দৃষ্টি ৰাখি হে ধীৰে আগুৰাবলৈ ধৰিলে। এনেতে, তো দেখা পালে যে, এ যোৱা- অহা কৰা এটা জোপতলীয়া পটা ভেটি ধৰি এটা বকাও অজগৰ মুখমেলি পৰি আছে আৰু চুকে লো উনাদি টানি সি আগত পৰা