পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰকাৰ ৰখ। পৰি এই বাগৰিবলৈ ধৰে, গহীন বলমে মিচিকি মিচিকি হৰিষৰ হাঁহি মাৰি চাই থাকে। এইভাৱে গৈ গৈ সিবিলাক মনত ওলগৈ। এই মধুবনেই যে মথুৰাৰ মাক (১) সেইকথা গুৰিতে উনুকিয়াই অহা হৈছে। মধুকনত এটা দৈত্যাকাৰ বৰবগ আছিল। তাৰ আগত মানুহ গৰুহে নালাগে, মা-মেঠোন আদি বনৰ বনৰীয়া জন্তুৰৰ ৰক্ষা নাই। সি যাকে পায়, তাৰেই পোনেই চকু দুটা ঠোটেৰে ৰুকি উলিয়ায় খায়। সি বৰ ওখ-ডাঙ্গ পখী আছিল, ডিজি নেমেলাকৈয়ে মানুহৰ সমান ওখ। তাৰ ঠোট দুটো বৰকৈ মেলি ধৰিলে সি একোটা মানুহ বা গৰু গোটে গোটে গিলি পেলাব পাৰে; সেই দৰেই সি গিলিছিল, দম-দামুৰি পোৱালি গিলাৰ তো কথাই নাই। আৰু সেয়ে তাৰ জীবিকা হৈছিল। মধুৰনৰ সেই অসুৰ যেন বৰবগটোৰ কথা শ্ৰীকৃষ্ণই কেতিয়াবাৰে পৰা শুনি আহিছিল। সেই দিনা তেওঁ তাক লক্ষ্য কৰিয়েই সিমান দূৰৈলৈ গৰু চৰাবলৈ লৈ গৈছিল। পিচে, যথাসময়ত গৰু গাইৰে সৈতে ৰামকৃষ্ণ আৰু লগৰীয়া গৰখীয়াৰিলাক গৈ সেই ঠাই পোৱা মাকে সেই বগটোৱে খেদি আহিলে। পেনেই সি গাই এজনীৰ চকু কাঢ়ি খাই তাইৰ সৰু পোয়ালি টো গিলিবলৈ ধৰিছিল, এনেতে গৰখীয়া লৰা এটাই এৰুৱাবলৈ যাওঁতে পোৱালি এৰি তাকে গিলিবলৈ ধৰিলে। (১) মধুবন যমুনাৰ দুয়ো পাৰে বিকৃত আছিল। গোলবন যমুনাৰ পহিপাৰে আৰু মধু যমুনাৰ পূৰ পাৰে অৱস্থিত। ইলাৰৰ ভগ খুৰা- নগৰ নামানুসাৰে মধুৰ, আৰু সিপাৰৰ ভাল আগৰ ভাগেই খুন হৈয়ে ৰল গতিকে, মথুৰাৰ মাক মধুৰনৰ অতিৰি বৃন্দাবনৰ বুকত হে থাকিল।