সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

WC বিপত্নীসকলৰ কৃষ্ণাগ। ৰামকৃষ্ণ আৰু গৰখীয়াবৃনে সেই অন্ন-জলপান ভোজন কৰি পৰম তৃপ্তি লাভ কৰিলে। তাৰ পাচত, কৃষ্ণই গোটাদিয়েক সৰগৰ্ত্ত উপদেশ প্ৰতিদানেৰে কৃতজ্ঞতা জ্ঞাপন কৰি, বিপত্নীসকলক বিদায় দিলে। (১) নিৰিখ্যমনঃ পতিভি, পিতৃভিাতৃবন্ধভিঃ। ভগবত্যুত্তম মেকে দীঘততায়।” -মাগত, দশম , ২৩ অধ্যা, ১৪ কে। (১) সেই আপাহতে কোন-কোনো বিমণ্ডলীয়ে এই বিষয়ক বনৰ বিট কষ্ট দৃষ্টিৰে চাই ইয়াৰু প্ৰাৰ পাচত খবলৈ কুংকাৰাং কৰা দেখা যায়। সিবিলাকৰ ভৰ এই বে, জানোবা গোপগৃহিনীৰ ওপৰত পৰা ককাসক্তিৰ নাৰ হাঁটো বিপত্নীৰ ওপৰত পৰে। কিন্তু, পৰিলেই বা, তাত নোদি কি? ১১ এবাৰ ৰহৰীয়া অৰ্যৰ প্ৰতি অমায়িক শক্তি কি কলহ পৰে। ৰব, সেই আসক্তি এৰ যে লেহে বিলীৰ পোতি গৌৰৱ বলতেন।