শ্ৰীকৃষ্ণ। w8 চৰাই থাকোতে এগৰ ৰখীয়াবৃন্দে ভোক-পিয়াহত কাতৰ হৈ ৰাম- কৃষ্ণক আতুৰভাৱে জনালে যে, অলপ আহাৰ নাপালে সিমান দুৰৈৰ পৰা উলটি গৈ ঘৰ পাবলৈকে সিবিলাকৰ পক্ষে টান হৈছে; এতেকে তাৰ এটা উপায় কৰিব লাগে (১)। নিচে, অলপ আঁতৰত আজিৰস যজ্ঞৰ অনুষ্ঠান কৰি থকা বামুণ-পণ্ডিতসকললৈ আঙ্গুবলিয়াই কৃষ্ণই এই বুলি উপদেশ দিলে, “যোৱা, অমাৰ নাম লৈ, সে ব্ৰহ্মণ মণ্ডলীক অন্নজলপান ভিক্ষা কৰি খোৱাগৈহঁক।” গৰখীয়াবৃদে সেই মতেই কাৰ্য্য কৰিলে; কিন্তু ব্ৰাহ্মণসকলে গৰখীয়াৰ যাজ্ঞালৈ আওকাণ কৰাত সিবিলাক হতাশ হৈ উলটি আহি নেই কথা সিবিলাকে ৰামকৃষ্ণত জ্ঞাপন কৰিলেহি। পিচে, কৃষ্ণই আকৌ এই বুলি অনুজ্ঞা কৰিলে, “যোৱাহঁক, এইবাৰ দেই বিপ্ৰণ্ডলীৰ পত্নীসকলত মোৰ কথা কৈ অন্নজল মাগি খোৱাগৈ (২)”। গৰখীয়'বৃন্দৰ এইবাৰ নোথ পূৰ্ণ হল; গৈ কৃষ্ণনাম লোৱা মাত্ৰে বিপত্নীসকলে যথেষ্ট অন্ন-জলপান সিবিলাকক দান কৰি, ৰাম-কৃষ্ণলৈকো চৰ্য, চোষ্য, লেহ, পেয় চাৰিবিধ মনোহৰ আৰু সুমিষ্ট আহাৰ লৈ, কৃষ্ণ- দশনৰ অৰ্থে সাগৰমুৱা নদী। দৰে উত্ৰাৱল চিতেৰে ধাবিত হৈ গৈ গৰখীয়াশালি পালেগৈ (৩); স্বামীসকলৰ মাকবচনে সিবিলাকক ৰখাব নোৱাৰিলে। কৃষ্ণৰ মোহত বিপত্নীসকল স্বামীৰ অবাধ্য হবলৈকো বাধ্য হৈছিল। (১) ৰাম ৰাম মহাবাহে কৃষ্ণ দুষ্টনিবন। এ ৰৈ ৰাধতে ফুল গুচ্ছান্তি কমপঃ। -মগবত, দশম স্ক, ২৩- আখ্যা, ১ম লোক। (২) মাগৱত, দশম , ২৭ আখ্য, ২-১২ মোক। (৩) “চতুৰিং ৰহমায় ভালনে। ভিস প্ৰিয়ং সৰ্ব সমিব নিশা।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১৩
অৱয়ব