পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ws বহণ শীল। গোপিনীগণে গানৰ পাচত পুনঃ বস্ত্ৰ পৰিধান নকৰাকৈ কিমতে কম কাৰ চাপেগৈ এতিয়া! সিৰিলাকে নিজৰ কামনাৰ ফল, সাক্ষাৎ এক মুখৰপৰা সেই উপহাস বাণী শুনি, লাজ আৰু আনআপোন- পাহৰা হৈ, জাৰত কঁপি কপি এডিনীয়া পানীৰপৰাই তুতি-মিনতি কৰি শ্ৰীকৃত পুনঃ পুনঃ বস্ত্ৰ ভিক্ষা কৰিবলৈ ধৰিলে। এই ভাৱে বিহুৰ তুতি-মিনতি কৰাতো, কদমৰ তললৈ চাপি নাযায়- মনে, ব্ৰজগোপিনীবৰ্গক বন্ধ ঘূৰাই দিবলৈ কৃষ্ণ মান্তি 'নাহোৱা দেখি, সিবিলাকে পুনৰপি কাকুতি কৰি এই বুলি নিবেদিলে যে, জানাত শুকান বস্তু পৰিধান নকৰাকৈ, তিততিয়নীৰে সৈতে সিবিলাকে কোনটো লজেৰে কদমৰ কাষ চাপিবগৈ! এতেকে, কৃষ্ণ প্ৰভুৱে কৃপা কৰি গছৰ ডালৰপৰা ৰবোৰ সৰি পৰিবলৈ দিয়ে যেন, এই প্ৰাৰ্থনা। সিক নাগৰ নন্দনন্দনে কিন্তু তাতে শান্তি নহৈ এই দৰে হে সমিধান দিলে যে, নাৰীসকলৰ শিৰোভাগেই উত্তমা। যিস্থলত সেই উত্তম’ উদঙ্গাই সিবিলাকে বস্ত্ৰ ভিক্ষা কৰিব পাৰিছে, সেইলত.মধ্যমাঙ্গ গোপন ৰখাৰ কোনো অৰ্থ নাই (১)। ইত্যাদি কুই-তৰ্কেৰে কৃষ্ণদেৱে হৰণ কৰা বস্ত্ৰ ঘূৰাই দিবলৈ অমাস্তি হোৱা দেখি, গোপিনীবৰ্গে কৃত্ৰিম ক্ৰোধ দেখুৰাই এইবাৰ এই বুলি কলে যে, যশোদাতলয়ে অধ্যায় কৰি গগাপিনীৰ বস্তু হৰণ কৰা বাবে সিবিলাকে ৰজাৰ (২) আগত গোচৰ দিবলৈ। এই ভাবুকিয়ে ভাবুক: গোপালক আনন্দত উকশীকৃত হে কৰিলে। তেওঁ আৰু এদো উলাহিত হৈ, পুনৰপি এই বুলি উত্তৰ কাটিলে, তোমালোকৰ বত্ৰ তোমালোকে নিজে নিজে চি ধৰি লৈ যোৰাবিক বুলি ৰাৰংৰৰ কোৱা হৈছে; কিন্তু তোমালোকে অলৈ (১) ধৰ খানিকৃত ভাষাৰ দীপিকা। (২) গোপনন।