সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Wó লোচনাৰ ফলস্বৰূপ গোপিনীবৰ্গ এই সিজাত উপস্থিত হলগৈ যে, সেই উদ্দেশ্যে সিবিলাকে কাত্যায়নী ব্ৰত ধাৰণ কৰিব। কাত্যায়নী ব্ৰত একেৰাহে এমাহ পালন কৰাৰ ৰীতি। সেই অনুসাৰে ব্ৰজৰ গোপিনীৰ্গে হবিষ্যাণী হৈ মেন্ত কালৰ আন মাহৰ আৰণতে জুম্বান্ধি গৈ উষা-পুৱাতে কালিন্দীত বুৰ দি আন কৰি উঠি, পাৰত বালিৰ গোসানী সাজি লৈ সেই অভীষ্ট সিদ্ধিৰ কামনা কৰিবলৈ ধৰিলে (১)। তথ্যগ্ৰাহী শ্ৰীকৃষ্ণই ইফালে তাৰ তৰ লৈ আছিল। পিছে, গোপিনী বৰ্গৰ ব্ৰতৰ শেহদিনা সিবিলাকে পাৰত গাৰ বাদি থৈ কালিন্দীত এডিঙ্গিপানীত নাৰি বুৰ দি মন কৰিছে, এনেতে সমনীয়া গৰখীয়া বৃন্দৰে সৈতে লগলাগি গৰু চৰাবলৈ গৈ আকৃষ্ণ সেই পাৰত উপস্থিত হলগৈ(২)। তাৰ পাচত,কৃষ্ণই লগৰীয়া লৰবিলাকৰে সৈতে লগলাগি ৰং কৰি গোপিনীবৰ্গৰ সেই বস্ত্ৰাদি হৰণ কৰি লৈ কদমৰ ডালত উঠিলে গৈ, আৰু তাৰপৰা হাঁহি হাঁহি এই বুলি উপহাস কৰিবলৈ ধৰিলে, “গোপিনী সকল,তোমালোকক বৰতীয়া গাৰে নাৰি কৰি সৰহপৰ সেই অবস্থাত দুখ ভুজিবলৈ দিয়াটো যুগুত নহয়; এতেকে, তোমালোকে এই কদমৰ তললৈ উঠি আহি নিজ নিজ বস্ত্ৰ চিনি ধৰি লোৱাহি হক (৩)। কিন্তু, () আলত, দশম, ২২ অখ্যা, ১ম সেকি। (২) মাগত দশম , ২২ আখা, এ লোক। (৩) “তা সাহাপায় নীপা সব। হলভি প্ৰহসন ৰালৈ পৰিমুবাহ।” -মাগত, দশম , ২২ আখ্যা, মেক।