পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহুগলীল। কৰি বৃন্দাক নিৰাপদ কৰিবলৈ কফ সয় থাকিল। মহল প্ৰলৰক বধ কৰাৰ বাবেও সেইদিন ধৰি কৃষ্ণা নামৰ আন এটা নাম বলাম হয় ()। সনদে। -:0:- বস্ত্ৰহৰণ লীলা। শৰত কালত ফটফটীয়া পানীৰ তলে-ওপৰে প্ৰফুল পদুম ফুলৰ জমকীয়া শোভা আৰু সেই প্ৰফুল্ল ফুলৰ সুমধুৰ সুগন্ধত আমোল মোল বৃন্দানৰ বিমোহন ৰূপ-গোন্ধত উলাহিত হৈ, কৃষ্ণই যেতিয়া অগ্ৰজ বলৰাম প্ৰমুখ্যে সমনীয়া গৰখীয়া গোপলবিলাকৰে সৈতে কালিন্দীৰ তীৰে তীৰে গৰু চৰাই ফুৰোতে তেওঁৰ মোহন বাঁহীৰ সুৰেৰে জগতৰ প্ৰাণ কাহি লৈছিল, তেতিয়া ব্ৰজগোপিনীবৰ্গ অনুৰাগত উন্মাদিত হৈ পৰস্পৰে এই ভাৱে চিন্তা-আলোচনা কৰিবলৈ ধৰিলে যে, কি উপায়েৰে নন সিবিলাকে, সেই জন্মোহন ভগবান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ সঙ্গ লাভ কৰি চৰিতাৰ্থ হব পাৰিব। শেহান্তৰত সেই চিন্তা (১) “হৰিবংশ”, বিষ্ণুপ, ৩০ জখ্যা। কিন্তু, জিতে মণ আধ্যাত গৰ্গ মুনিয়ে কাজ ৰামৰ আন এটা নাম ‘ল’ নিবেন কৰাৰ বিষয়ে উচ্ছ কিন্নাই হৈছে। সেই. বল'ৰাৰ লৰাম নাম এই হেতে যোণ কৰা হৈহ মাখেন।