পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৭ এল। বৃন্দাবনৰ উপৰত এজোপা অতি প্ৰান্ত আৰু প্ৰকাণ্ড আহঁতত বগোৱা ৰী-গছ আছিল। গছজোপাই ছপুৰা মাটি জিনি আছি (১)। ৰামকৃষ্ণই সততে সেই গছৰ তলত লগৰীয়া গৰখীয়াৰে সৈতে বিবিধ ধেমালি কৰি ওমলেগৈ। ছেগ বুজি, তাতে শ্ৰীকৃষ্ণই গৰখীয়া- বাহিনী নিতেনন কৌশল শিকাইছিল। সেই সৈনিক শিক্ষাৰ উদ্দেশ্যেই সেই ছপুৰা মাটি জিন ঢাকি ধৰা প্ৰকাণ্ড গছৰ ছত শ্ৰীকৃষ্ণই নিতেননকৈ ৰচনা কৰা গৰখী-গীত আৰু পেপ, বাহী, বেণু, মুৰুলী আদি বঙ্গাবলৈ শিকোৱাৰ উপৰি, সৈনিক লৰা- বিলাকৰ স্বাস্থ্য আৰু দৈহিক বল বঢ়াবৰ অৰ্থে, আৰু সেই ছেগতে যুঁজ-বাগৰ, ৰণ-বিএহাদিৰ আভাস দিয়াৰ অভিপ্ৰায়ে সিবিলাকৰ মাজত অৰিয়া-অৰি লগাই দি লৰধা, জপিওৱা, বাগি-দিয়া, ৰহাটনা- যুঁজ, চকুমুদা-ল, ঠেলীয়া-লৰ যুটীয়া-ল, নাল-খুঁত, গছত উঠা, পানীত সাত, টাজোন ঘুৰুৱা, ধেনু-কাৰ মৰা, তৰোৰাল (কাঠৰ) ঘুৰুৱা, ঢাল পতা (গছৰ ছালৰ) আদি ধেমালিত সেই বাহিনীভুক্ত সেনা দলক সততে লগাই ৰাখিছিল, আৰু ৰামকৃষ্ণ দুয়ো নিজেও নেতাপে লাগি ফুৰিছিল (২)। পিচে, সেই প্ৰসঙ্গতে এদিন সেই বৰগছৰ তলত দুজন দুজনকে ভৰি যুঁটি লৈযুটীয়া-লৰ ধেমালি পতা হৈছিল। সিবিলাক নিয়মমতে বোৰ বোৰ হৈলৰিবলৈ সাজু হল।(৩) ৰামক এলষৰ লগত যোৰা লগাই দি কই নিজে সুম নামে এটা কোল (১) মতামত, শক, ১শ আ, ১২-১৩ মে। (২) কুফে মহাৰত আকৃষ্ণৰ যি সংসক সো” নিয়োজিত হৈলি, তাৰ তিৰি এয়ে। এই সেনাৰ ৰাভাৰ বিষয়ে পাত যাবত কোন হৈছে।—মহাভাৰত, উদ্যোগ পা, ম আখ্যা। (৩) হৰি, যিশ, ৩০ এ।