পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যদুবংশ ধ্বংস। bos কৰিলে। সেই যাত্ৰাত যাদৱনেতা শ্ৰীকৃষ্ণৰ পুত্ৰ (১), নাতি আৰু পৰিনাতি প্ৰমুখ্যে বৃষ্ণিফৈদৰ কোৱঁৰৰ সংখ্যা আটাইতকৈ অধিক গৈছিল। প্ৰভাস-তীৰ্থত যাদৱবৰ্গৰ এখন মহামেলা আৰম্ভ হল। চেমনীয়া i (১) শ্ৰীকৃষ্ণৰ ৮ আঠগৰাকী ভাৰ্যাৰ প্ৰত্যেকৰপৰা ১০ জনকে ৮০ চাৰিকুৰি পুত্ৰ লাভ হৈছিল; যেনে- “তাস্বপত্যান্যজনদোত্মতুল্যানি সৰ্বত। একৈকন্যাং দশ দশ প্ৰকৃতেৰ্বিভূষয়া। শ্ৰীমদ্ভাগৱত, তৃতীয় স্কন্ধ, তৃতীয় আধ্যা, শশোক। (ক) ৰুক্মিণীৰ গৰ্ভজাত পুত্ৰ-কামদেৱ (প্ৰাম), চাৰুদেষ্ণ, চাক, গ, চাৰুচন্দ্ৰ, সুদেষ্ণ, সুচাৰু, চাৰুদেহ, চাকগুপ্ত, আৰু বিচাৰু। (খ) সত্যভামাৰ গৰ্ভজাত পুত্ৰ সুভা, স্বৰ্ভা, তানু, চন্দ্ৰভা, প্ৰভা, বিভা বৃহত্তা, প্ৰতিভা, অৰিভা, আৰু ভানুমান। (গ) অৱতীৰ গৰ্ভজাত পুত্ৰ-শ্ৰীশান্ত, সুমিত্ৰ, সত্ৰাজিত, চিত্ৰকেতু, বিজয়, পুৰজিত, এতু, সহস্ৰজিত, বহমান আৰু প্ৰৰিণ। (খ) লগ্নজিতাৰ গৰ্ভজাত পুত্ৰ বীৰ, অশ্বসেন, বৃষ, বেগবান, আম, , কুন্তি, টি, আৰু আখ্যান। (৩) কালিন্দীৰ গৰ্ভজাত পুত্ৰ-ক, কবি, বৃষ, ৰীৰ, সুৰাহ, ভদ্ৰ, শান্তি, , পুৰ আৰু সোমক। চ) মাত্ৰীৰ গাত পুত্ৰ ঘোষ, ওস, সিংহ, উদ্ধ, , গাল, মহাশক্তি, সং, অপৰাজিত আৰু বল। (ছ) মিত্ৰবিন্দাৰ গৰ্ভজাত পুত্ৰবৃন্দ, ইং, পৃঃ, বহি, অনিল, পল, বা, না, ক্ষুধি আৰু মহাংশ। (৩) দ্ৰাৰ গৰ্ভজাত পুত্ৰ-যংসে, এ, পূৰ অৰিতি, মূল শতকৰা, সংগ্ৰামজি, আয়ু আৰু জয়।