পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলে গৰকাল আপোনাৰ গতি নাই। কণি পালাৰ পৰহ্ম লাভ নহব। এতেকে, সেই উদ্দেশ্যে আপুনি গো কত আলকি লাগতিয়াল কাব্যানুষ্ঠান আৰম্ভ কৰে। মাগ হলেই সিদ্ধিদাত নয়; যজ্ঞানুষ্ঠানত এবৃত হোৱাৰ নোলন। হে মহাৰাজ। সকাম আৰু নিফাম ধৰ্মৰ তত্ব উপলবি শে, মোৰ এই উপদেশ পালন কৰিবলৈ উজু নহৰ। গতিকে, এই ধৰ্মবিষয়ক কাগীতা ব্যাখ্যা কৰে, শুনক।” এই বুলি গৰত শ্ৰীকৃষ্ণই ইতিপূৰ্বে অৰ্জুনৰ আগত গীতা-কথনত সকাল আৰু নিষ্কাম ধৰ্মৰ যি ব্যাখ্যা দিছিল, তাৰ সাৰাংশ যুধিষ্ঠিকে নালে। মায়া-মমতাই জীবাত্মাক কেনেকৈ সংসাৰত অভিভুত কৰি ৰা আৰু অমা আৰু নিৰ্মমতাই কেনেকৈ পৰব্ৰহ্ম লাভলৈ বাট চ কৰে, তাৰু ধৰ্মাত্মা শ্ৰীকৃষ্ণদেৱে চমুকৈ ব্যাখ্যা কৰি ধৰ্ম যুধিষ্ঠিৰক এই বুলি সিদ্ধান্ত ৰামৰ্শ দিলে, ধৰ্মৰাজ! আপুনি সেই দুৰ্দন কামনাজনিত মায়া-মমতাৰ জাল ফালি ওলাৰৰ খে কৰিধি অশ্বমেধ আৰু তাৰ পৰবৰ্তী সুসমৃদ্ধ যজ্ঞ-কৰ্মা নাতি প্ৰবৃত্ত হও। (১) তাৰ ভগৱ শ্ৰীকৃষ্ণৰ ধৰ্মতত্ব ব্যাখ্যাই ধৰ্মপ্ৰাণ যুখি এফিৰিলে। তেওঁ তেতিতে এক শত শত েতেওঁ অভিপলমে সমৰোহৰে মেৰ ৰহানৰ ফল। অকল কোতে ৭। ২) এ ১ গেল” আৰু।