পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰ ধৰ্মৰাজ্য স্থাপন। লাভ বা কৰিছে। আপুনি আপোনাৰ এতিপালিত এই নাতি কোৱৰবৰ্গক ৰাজনীতিজ্ঞান দান কৰি পৃথিবীৰ উপকাৰাৰ্থে সিবিলাক এ সিদ্ধি কৰোক। অপোনাক কোৱা ৰাহুল্য এথেন যে, স্ব আৰু পালন একে শক্তিৰ ওপৰত নিৰ্ভৰ নকৰে। মোৰ যঙ্গকৌশলত বয়ৰ দ্বাৰাই ধৰ্মৰাজ্য স্থাপিত হল। আপোনাৰ ক স্বীকাৰত অক্ষয় ধৰ্মজ্ঞানৰ বাৰাই এই ধৰ্মৰাজ্য ৰক্ষিত হওক, আৰু সেই বাঁকে আপোনাৰ যশস্য বৈৰৈ থাওক, এয়ে মোৰ বাৰ। আৰু থাকি বা পাতিলেই ধৰ্মৰাজ্য অক্ষুগ্নভাৰে চিৰকাল ৰক্ষিত নহয়, কিয়নো তেওঁৰ বংশধৰ হয়তো ধৰ্ম্মজ্ঞানৰ অভাৱত অধী হব পাৰে। এতেকে আপুনি সমস্ত ধৰ্ম ব্যাখ্যা কৰি যাওক।” (১) ভীমদেৱৰ আৰাধ্য শ্ৰীকৃষ্ণদেৱৰ অমূল্য অনুৰোধ শিৰোধাৰ্য। সেই অনুসৰি জ্ঞানৰ ভঁৰালস্বৰূপ মহামতি পিতামহ ভীষ্মদেৱে যুধিষ্ঠিৰাদি ভেতবৰ্গৰ প্ৰতি গৃহধৰ্ম, ৰাজধৰ্ম, আসন্নধৰ্ম, মোক্ষধৰ্ম ইত্যাদি বিষয়ক বিশদ জ্ঞান ব্যাখ্যা কৰিবলৈ ধৰিলে। (২) সেই ধৰ্ম্মন ব্যাখ্যা কৰি থাকোতে-থাকোতেই তেওঁৰ অন্তিমক্ষণ উপস্থিত হল, কওঁতে কওঁতেই তেওঁৰ কণ্ঠৰোধ হল, নশ্বৰ দেহা নাশ হবলৈ ৰন ভীমদেৱৰ অবিনাশী জীৱাত্মা পৰমাত লয় হল। (১) মহাভাৰতৰ শান্তিপৰ্ব আৰম্ভণ। (২) মহাভাৰতৰ শান্তিপৰ্বৰ সৰহভাগ এই ধৰ্ম ব্যাখ্যাৰেই পৰিপুৰ। শান্তিপৰ্ব সামৰণৰ পাচত অনুশাসন পৰ্ব। ইয়াতে ভীষ্মদেৱে যুধিষ্ঠিৰ মিয়া বিষিষ হিতোপদেশ সন্নিবিষ্ট হৈছে। এই সমূহ খনেই ভাৰত ৰাজ্য বিজাৰৰ মুলত্ৰ। এই কান টুট অহাৰ লগে লগেই কলিযুগত ৰাজ্য না চাপই আৰ দেখা যায়।